• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূব লাডাখ সীমান্তত ভাৰতীয় সেনাৰ হাতত বন্দী এগৰাকী চীনা সৈন্য

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 3:42 pm
352
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু চীনৰ মাজত লাডাখ সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে ৰাতিপুৱা পূৱ লাডাখৰ ছুচুল চেক্টৰত ভাৰতীয় সেনা বাহিনীয়ে চীনা সৈন্য এগৰাকীক আটক কৰে।

পিপলছ লিবাৰেশ্যন আৰ্মিৰ জোৱান গৰাকীয়ে ভুলবশত ভাৰতীয় ভূখণ্ডত সোমাই পৰি ভাৰতীয় সেনা বাহিনীৰ হাতত আটক হ’বলগীয়া হয়।

জানিব পৰা মতে, সমগ্ৰ ঘটনাৰ তদন্তৰ পাছত চীনা সৈন্য গৰাকীক শনিবাৰে অথবা দেওবাৰে পুনৰ নিজ দেশলৈ ওভতাই পঠোৱা হ’ব।

চীনৰ বন্দী সৈন্য গৰাকীক নিজ দেশলৈ ওভতাই পঠোৱাৰ ক্ষেত্ৰত বৰ্তমান সময়ত সীমান্তত দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত আলোচনা চলি আছে।

শুকুৰবাৰে ৰাতিপুৱাই চীনা সৈন্য গৰাকীক ভাৰতীয় ভূখণ্ডত ভাৰতীয় সেনা বাহিনীয়ে আটক কৰে বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ কৰে।

কি কাৰণত চীনা সৈন্য গৰাকীয়ে লাইন অফ একচুৱেল কণ্ট্ৰ’ল অতিক্ৰম কৰিলে সেই সম্পৰ্কত বৰ্তমান তদন্ত অব্যাহত ৰখা হৈছে বুলিও ভাৰতীয় সেনা বাহিনীয়ে প্ৰকাশ কৰে।

Recent News

পুনৰ হাস্পাতালত ভৰ্তি ছোনিয়া গান্ধী; এইবাৰ দিল্লীৰ গংগা ৰাম হাস্পাতালত ভৰ্তি কংগ্ৰেছ নেত্ৰী

পুনৰ হাস্পাতালত ভৰ্তি ছোনিয়া গান্ধী; এইবাৰ দিল্লীৰ গংগা ৰাম হাস্পাতালত ভৰ্তি কংগ্ৰেছ নেত্ৰী

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd