• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ কক্স বজাৰত চীনা চাবমে’ৰিন ঘাটি!

চাইদ বচিৰ by চাইদ বচিৰ
May 26, 2019 3:28 pm
Chinese submarine base in Bangladesh’s Cox’s Bazar!

প্ৰতীকী ছবি। সৌজন্য- ইউতিউব।

1.6k
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ কক্স বজাৰত চীনা ৰাষ্ট্ৰ-মালিকানাধীন কাম্পেনি পি তি আই-এ এই বিত্তীয় বৰ্ষতে নিৰ্মাণ আৰম্ভ কৰিবলৈ লৈছে এটা পূৰ্ণাংগ আৰু স্থায়ী চাবমে’ৰিন ঘাটিৰ।

চাবমে’ৰিনৰ অৱস্থান আৰু পৰিচালনাৰ কেন্দ্ৰৰূপে ব্যৱহাৰৰ বাবে প্ৰস্তাৱিত এই ঘাটিটোৰ নিৰ্মাণ ব্যয় ১০,৩০০ কোটি বাংলাদেশী টাকা বুলি অনুমান কৰা হৈছে, বিষয়াসকলে জনায়।

বাংলাদেশ আৰু চীন দুই চৰকাৰৰ মাজত হোৱা বুজাবুজিমৰ্মে কামটোত চীনা কাম্পেনিটো নিয়োগ কৰা হৈছে।

ঘাট, চাউনি, অস্ত্ৰভাণ্ডাৰ, মেৰামতশালা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লগা এই স্থায়ী ঘাটিটো ১০ বছৰৰ ভিতৰত ২০২৭-২৮ বিত্তীয় বৰ্ষত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে, বিষয়াসকলে জনায়।

বাংলাদেশ নৌ বাহিনীয়ে ৰূপায়ণ কৰিব লগা প্ৰকল্পটোৰ পৰামৰ্শ মাচুল ৰূপে চলিত বিত্তীয় বৰ্ষতে ৫৪ কোটি বাংলা টাকাৰ এক বিশেষ আবণ্টনৰ প্ৰয়োজন হ’ব।

বাংলাদেশৰ আন্তঃসেৱা জন সম্পৰ্ক সঞ্চালক লে’ফতে’নেন্ত কৰ্নেল মহম্মদ আব্দুল্লা ইবন জে’দে শনিবাৰে সাংবাদিকক জনাই যে ঘাটিটোৰ নিৰ্মাণ সম্পৰ্কে তেওঁলোকে একো নাজানে।

“নৌ বাহিনীৰ পৰা হোৱা হ’লে আমি গম পালোহেঁতেন,” তেওঁ কয়।

২০১৬-১৭ চনত নৌ বাহিনীয়ে চীনৰ পৰা দুখন চাবমে’ৰিন লাভ কৰিছিল, সেইকেইখন ই একেখন জিলাতে থকা এটা অস্থায়ী ঘাটিৰ পৰা পৰিচালনা কৰি আছে।

ব্যাপক মেৰামতি আৰু আধুনিকীকৰণৰ পিছত প্ৰতিবেদিত ১৯৩ মিলিয়ন এমেৰিকান দলাৰ মূল্যত চীন আৰু বাংলাদেশৰ চৰকাৰী বুজাবুজিৰ অধীনত নৱযাত্ৰা আৰু জয়যাত্ৰা নামৰ চাবমে’ৰিন দুখন লোৱা হৈছিল।

বংগোপ সাগৰত মিং-শ্ৰেণীৰ চাবমে’ৰিনকেইখনৰ প্ৰচলনৰ পিছৰ পৰাই এটা স্থায়ী ঘাটিৰ বাবে নৌ বাহিনীয়ে চৰকাৰক সৈমান কৰোৱাৰ চেষ্টা কৰি আহিছিল।

চৰকাৰে পাতুৱাখালিৰ ৰাবনাবাদতো এটা নতুন নৌ ঘাটি স্থাপন কৰাৰ দিশত আগবাঢ়িছে। পাইৰা সমুদ্ৰ বন্দৰৰ নিৰাপত্তা নিশ্চিত কৰা বাবে নিৰ্মিত ঘাটিটোত চাবমে’ৰিনৰ লংগৰ পেলোৱা আৰু পৰিচালনাৰ সুবিধা ৰখা হ’ব।

বি এন এচ শ্বেৰ-ই-বাংলা পাতুৱাখালি নৌ ঘাটি প্ৰকল্পটোৰ ৰূপায়ণ ২০১৮ চনৰ জুনৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল আৰু আনুমানিক ১০৮১.৫ কোটি বাংলা টাকা ব্যয়েৰে ই ২০২১ চনৰ জুনত সম্পূৰ্ণ হ’ব লাগে।

এই সমগ্ৰ পুঁজি ৰাষ্ট্ৰ অৰ্থ ভাণ্ডাৰৰ পৰা ব্যয় কৰা ঽ’ব।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd