• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিযান সদ্ভাৱনা : চিৰাঙৰ নিচিমা অনাথ আশ্ৰমলৈ আচবাব আৰু খোৱাপানী সুবিধা প্ৰদান

by
November 14, 2018 6:35 pm
IMG_7375-01
279
VIEWS
Share on FacebookShare on Twitter

ৰেড হৰ্ন ডিভিজনৰ চিৰাঙত নিয়োজিত সেনা গোটটোৱে নিচিমা অনাথ আশ্ৰমলৈ আচবাব সামগ্ৰী আৰু খোৱাপানীৰ সুবিধা আগবঢ়াইছে। অভিযান সদ্ভাৱনাৰ অধীনত সেনা গোটটোৱে অনাথ আশ্ৰমলৈকে এই সুবিধাখিনি আগবঢ়ায়। অনাথ আশ্ৰমখনলৈ সেনা গোটটোৱে খোৱা মেজ, চকী, তুলী আৰু খোৱা পানীৰ সুবিধা আগবঢ়ায়। শিশু দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ১৪ নৱেম্বৰ বুধবাৰে নিচিমা অনাথ আশ্ৰমলৈ সেনা গোটটোৱে ৰিভাৰ্ছ অছম’ছিছ ব্যৱস্থাৰে বিশুদ্ধিকৃত (RO water purification system) খোৱা পানীৰ সুবিধা প্ৰদান কৰে।

উল্লেখ্য যে নিচিমা অনাথ আশ্ৰমত ১৫জন ল’ৰা আৰু ১০জনী ছোৱালীয়ে বাস কৰে। সেনা গোটটোৱে প্ৰদান কৰা এই সুবিধাই পিতৃ-মাতৃ আৰু আপোনজনৰ স্নেহৰ উমৰ পৰা বঞ্চিত এই শিশুসকলক যথেষ্ট উপকৃত কৰিব।  অনাথ আশ্ৰম কৰ্তৃপক্ষই ভাৰতীয় সেনা বাহিনীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। জনসাধাৰণৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে প্ৰৱৰ্তন কৰা অভিযান সদ্ভাৱনাৰ অধীনত এই সহায়তা উদ্যোগ গ্ৰহণ কৰা হৈছে।

ভাৰতীয় সেনা বাহিনীয়ে ভিতৰুৱা এলেকাসমূহত বাস কৰা জনসাধাৰণৰ জীৱনধাৰণৰ মান উন্নীত কৰাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক স্থানীয় জনসাধাৰণে আদৰণি জনাইছে।

Recent News

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd