• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰাগাৰৰ ভিতৰতে ৰাকেশ পালক জেৰা চি আই ডিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2018 8:41 am
assam-1-570x320-750x375

এ পি এছ চিৰ অপসাৰিত কাৰাবন্দী অধ্যক্ষ ৰাকেশ পাল। ফাইল ফটো

240
VIEWS
Share on FacebookShare on Twitter

অসম লোকসেৱা আয়োগৰ অপসাৰিত অধ্যক্ষ ৰাকেশ পালক তেওঁৰ বিৰুদ্ধে অলপতে ৰুজু হোৱা এক দুৰ্নীতিৰ গোচৰত সোমবাৰে চি আই ডিৰ এটা দলে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতেই জেৰা কৰে। প্ৰায় দুঘন্টা সময় জেৰা চলোৱা চি আই ডিয়ে পালক দুই এদিনতে পুনৰ জেৰা কৰিব।

উল্লেখযোগ্য যে ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ বাবদ ধ্ৰুৱজ্যোতি বৈশ্য নামৰ এজন প্ৰাৰ্থীৰ পৰা পালে ১০ লাখ টকা উৎকোচ লৈছিল। এগৰাকী মধ্যস্থতাকাৰীৰ জৰিয়তে ধন লোৱাৰ পিছতো উক্ত প্ৰাৰ্থীজন লিখিত পৰীক্ষাত উত্তীৰ্ণ নহ’ল।

এই সন্দৰ্ভত ৰাকেশ পালৰ বিৰুদ্ধে চি আই ডিয়ে নতুন এটা গোচৰ ৰুজু কৰাৰ পিছত সোমবাৰে কাৰাগাৰত থকা পালক আদালতৰ অনুমতি সাপেক্ষে জেৰা কৰে। ৰাকেশ পালৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী আৰু ভঙাগড় থানাত আন এটা গোচৰৰ তদন্ত চলি থকাৰ মাজতে এই নতুন গোচৰটো ৰুজু কৰা হৈছে।

জানিব পৰা মতে চি আই ডিৰ জেৰাত ৰাকেশ পালে চি আই ডিৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকাৰ উপৰি ধ্ৰুৱজ্যোতি বৈশ্য নামৰ প্ৰাৰ্থীজনক চিনি পোৱাৰ কথা অস্বীকাৰ কৰিছে। সেয়েহে শীঘ্ৰেই চি আই ডিয়ে বিতং তথ্যৰ সন্ধানত ৰাকেশ পালক পুনৰ জেৰা কৰিব।

ইতিমধ্যে ৰাকেশ পালে ডিব্ৰুগড় আৰক্ষীৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছত কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিত ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰত জামিন বিচাৰি কৰা আৱেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত বিবেচনাধীন হৈ আছে।

এতিয়া ভঙাগড় থানাৰ গোচৰত জামিন লাভ কৰিলেও চি আই ডিয়ে নতুনকৈ গোচৰ ৰুজু কৰাত ৰাকেশ পাল মুকলি আকাশৰ তললৈ ওলাই অহাটো জটিল হৈ পৰিছে।

Recent News

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd