• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কামাখ্যা দেৱোত্তৰ ব’ৰ্ড পৰিচালনাৰ দায়িত্ববাহীৰ বাসগৃহত চিআইডিৰ অভিযান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 19, 2020 7:10 pm
CID raid at Kamakhya Devottar Board member's house
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শক্তিপীঠ কামাখ্যাৰ দেৱোত্তৰ ব’ৰ্ডৰ পৰিচালনাৰ দায়িত্ববাহী ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত চিআইডিৰ এটা দলে আজি পুৱাৰে পৰা অভিযান চলায়।

যোৱা ৩১ জানুৱাৰিত উচ্চতম ন্যায়ালয়ে ৰিজু প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি চিআইডিক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।

সেই নিৰ্দেশ অনুসৰিয়েই আজি পুৱা চিআইডিয়ে তেওঁৰ ঘৰত অভিযান। অভিযানকালত শৰ্মাৰ বাসগৃহৰ পৰা বহু নথি-পত্ৰৰ লগতে বেংকৰ পাচবুক জব্দ কৰিছে চিআইডিয়ে।

অহা ১৪ মে’ৰ ভিতৰত চিআইডিক তদন্তৰ প্ৰতিবেদন আদালতৰ মজিয়াত দাখিলৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

ৰিজু প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি কামাখ্যা দেৱোত্তৰ ব’ৰ্ডে ২০১১ চনৰ ২১ নৱেম্বৰৰ পৰা দুটাকৈ বেংক ক্ৰমে য়ুক’ বেংক আৰু য়ুনাইটেড বেংক অৱ ইণ্ডিয়াৰ পৰা মুঠ ৭,৬২,০৩,৪৩৮ কোটি টকা উলিয়াইছিল।

দেৱোত্তৰ ব’ৰ্ডে এবাৰত ৫০ হাজাৰকৈ ভাগ ভাগ কৰি এই ধন বেংক দুটাৰ পৰা উলিয়াইছিল। জিলা উপায়ুক্তৰ পৰা অনুমোদন নোলোৱাকৈ ধন উলিওৱা কাৰ্য্যটোৱে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ভংগ কৰিছিল।

২০১৫ চনলৈকে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্বত আছিল দেৱোত্তৰ ব’ৰ্ড। তাৰ পাছতে এই দায়িত্ব লাভ কৰে বৰদেউৰী সমাজে। বৰদেউৰী সমাজ এই বিত্তীয় কেলেংকাৰিৰ অভিযোগেৰে সৰৱ হৈ ২০১৫ চনতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ৰিজু প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল।

দীৰ্ঘদিন ধৰি এই গোচৰ চলি থকাৰ পাছতে যোৱা ৩১ জানুৱাৰিত চিআইডিক ইয়াৰ এক উচিত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

ইফালে অভিযুক্ত ৰিজু প্ৰসাদ শৰ্মা বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd