• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

গুৱাহাটী বিমান বন্দৰত ৮০ উৰ্দ্ধৰ বিশেষভাৱে সক্ষম মহিলাক তালাচীৰ নামত উলংগ কৰিলে CISF এ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2022 4:28 pm
woman to strip naked by CISF at Guwahati airport
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিমানবন্দৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISF ৰ নিৰ্যাতনৰ সন্মুখীন হৈছে এগৰাকী ৮০ বছৰীয়া মহিলা। বিশেষভাৱে সক্ষম নগা মহিলাগৰাকীক তালাচী চলোৱাৰ নামত শৰীৰৰ সকলো কাপোৰ খুলিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে।

দিল্লী ভ্ৰমণৰ উদ্দেশ্যে যোৱা মহিলাগৰাকী তেওঁৰ নাতিসহ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপত্তা পৰীক্ষাৰ সময়ত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

যোৱা বছৰ হিপ ৰিপ্লেচমেণ্ট অস্ত্ৰোপচাৰ কৰা মালো কিকন নামৰ মহিলাগৰাকী গ’এয়াৰ বিমানেৰে দিল্লীলৈ যাত্ৰা কৰাৰ উদ্দেশ্যে গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈছিল।

CISF ৰ এগৰাকী মহিলা বিষয়াই কিকনে বাৰে বাৰে হিপ ইমপ্লাণ্ট আছে বুলি কোৱাৰ পিছতো তেওঁৰ অন্তৰ্বাস আৰু ডায়েপাৰকে ধৰি তেওঁৰ সকলো কাপোৰ খুলিবলৈ বাধ্য কৰায়।

মালো কিকনৰ জীয়ৰী তথা নাগালেণ্ডৰ এগৰাকী প্ৰখ্যাত নৃতত্ত্ববিদ ডলী কিকনে কেইবাটাও টুইটযোগে গুৱাহাটী বিমানবন্দৰত তেওঁৰ বিকলাঙ্গ মাতৃয়ে সন্মুখীন হোৱা এনে অভাৱনীয় পৰিস্থিতিৰ বিষয়ে ৰাজহুৱা কৰে।

“এইয়া ঘৃণনীয়! মোৰ বছৰীয়া বিকলাঙ্গ মাতৃ তেওঁৰ অন্তৰ্বাস খুলি উলংগ হ’বলৈ বাধ্য হৈছিল। কিয়? কিয়?” কিকনে এটা টুইটত কয়।

 

Someone please help! The CISF security personnel team at @GuwahatiAirport are harrassing my neice who is taking care of my mother. They have taken away the complaint form she has written.They DID not allow her to take a screenshot saying it’snot “allowed”. My mom is distressed.

— Dolly Kikon (@DollyKikon) March 24, 2022

তেওঁ লগতে অভিযোগ কৰে যে CISFৰ নিৰাপত্তাকৰ্মীয়ে ঘটনাটোৰ বিৰুদ্ধে কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰাৰ বাবে কিকনৰ লগত যোৱা নাতিয়েকক হাৰাশাস্তি কৰিছিল।

সামাজিক মাধ্যমত এনেদৰে ক্ষোভ প্ৰকাশ কৰাৰ পিছত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ডলী কিকনৰ ওচৰত ক্ষমা বিচাৰিছে।

 

Dear Ma’am, we understand that the CISF and Security team have contacted you immediately to further assist the passengers and ensure comfort. The Safety and Security of all our passengers is our topmost priority. We eagerly look forward to serving you at Guwahati Airport.

— GUWAHATI INTERNATIONAL AIRPORT (@GuwahatiAirport) March 24, 2022

আনহাতে ঘটনা সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত আছে CISF ৰ বিষয়াসকল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd