• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2019 8:46 pm
Amit Shah

অমিত শ্বাহ

787
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে আজি ৰাজ্য সভাত তীব্ৰ বিতৰ্কৰ অন্তত  নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয়।

অসমীয়াৰ প্ৰতিবাদক কোনোধৰণৰ গুৰুত্ব নিদি ১০ ডিচেম্বৰত লোকসভাত বিধেয়কখন গৃহীত কৰাৰ পাছতে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰে।

অমিত শ্বাহে ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰাৰ পাছতে প্ৰায় ৬ ঘণ্টা জুৰি ইয়াৰ ওপৰত তীব্ৰ বিতৰ্ক হয়।

বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ মাজত তীব্ৰ বিতৰ্কৰ অন্তত অনুষ্ঠিত হোৱা ভোটদানত বিধেয়কখনৰ সপক্ষে ১২৫ টা আৰু বিপক্ষে ১০৫ টা ভোটেৰে বিধেয়কখন গৃহীত হয়।

শিৱসেনাই ভোটদানৰ মাজতে ৱাক আউট কৰে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাৰ দিনটোত প্ৰতিবাদৰ জুইৰে ভৰি পৰে সমগ্ৰ গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন অঞ্চল।

Recent News

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd