• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অযোধ্যাৰ ৰায়ৰ পূৰ্বে ৰাজ্যখনৰ ডিজিপি আৰু মুখ্য সচিবক মাতি পঠিয়ালে ৰঞ্জন গগৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2019 11:38 am
remote-1140x570

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

3.5k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান অ’পি সিং আৰু মুখ্য সচিব ৰাজেন্দ্ৰ তিৱাৰীক মাতি পঠিয়াইছে।

ৰঞ্জন গগৈয়ে দুয়োগৰাকী বিষয়াৰে সৈতে আজি দিনৰ ভাগত মিলিত হ’ব।

অনুমান কৰা হৈছে যে অযোধ্যা গোচৰৰ সম্ভাৱ্য ৰায়ৰ পূৰ্বে প্ৰস্তুতি সন্দৰ্ভত জানিবৰ বাবেই এইদৰে বিষয়া দুগৰাকীৰ সৈতে মিলিত হ’ব।

অযোধ্যা গোচৰৰ ৰায় সন্দৰ্ভত যোগী চৰকাৰকে ধৰি সম্পূৰ্ণ প্ৰশাসনিক ব্যৱস্থা হাই এলাৰ্ট কৰি ৰখা হৈছে।

মুখ্য মন্ত্ৰী যোগীয়ে ইতিমধ্যে বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে সুৰক্ষা ব্যৱস্থাৰ বুজ লয়।

আনহাতে, অযোধ্যৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহলৈয়ো বাৰ্তা প্ৰেৰণ কৰিছে। ৰাজ্যসমূহক ৰায়ৰ সন্দৰ্ভত এলাৰ্ট হৈ থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে বেইৰেলী অঞ্চলত ৬ হাজাৰতকৈয়ো অধিক এনে লোকক চিহ্নিত কৰিছে যিয়ে ৰায়ৰ পাছত উপদ্ৰব কৰিব পাৰে। আৰক্ষীয়ে এনে লোকসকলৰ ওপৰত চোকা নজৰ ৰাখিছে।

অযোধ্যা ৰায়ৰ পূৰ্বে আম্বেদকাৰ নগৰৰ বেলেগ বেলেগ কলেজত ৮খন অস্থায়ী জেইল নিৰ্মাণ কৰা হৈছে।

অযোধ্যা গোচৰৰ ৰায়ৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ সতৰ্ক হৈ পৰিছে। বুধবাৰে কেবিনেট বৈঠক মাতি প্ৰধান মন্ত্ৰী মোদীয়ে মন্ত্ৰীসকলক কোনো উচটনিমূলক বক্তব্য আগনবঢ়াবলৈ পৰামৰ্শ দিয়ে।

Recent News

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd