• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিটেনশ্যন কেম্পৰ গোচৰৰ পৰা আঁতৰিবলৈ অস্বীকাৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2019 8:22 pm
RanjanGogoi

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

808
VIEWS
Share on FacebookShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বৃহস্পতিবাৰে অসমৰ ডিটেনশ্যন কেম্পৰ গোচৰৰ পৰা নিজকে অঁতৰাই ৰাখিবলৈ অস্বীকাৰ কৰিছে।

প্ৰাক্তন আমোলা তথা অধিকাৰ কৰ্মী হৰ্ষ মান্দেৰে গোচৰটোৰ শুনানিৰ পৰা মুখ্য ন্যায়াধীশ গগৈক অঁতৰাই ৰখাটো বিচাৰি দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে আবেদনকাৰীৰ নাম নথিৰ পৰা প্ৰত্যাহাৰ কৰে আৰু আইন সেৱা প্ৰাধিকাৰীক গোচৰটোৰ আবেদনকাৰী হিচাপে নিযুক্তি দিয়ে।

‘’আমি কাকো প্ৰতিষ্ঠানটোত বাধাৰ সৃষ্টি কৰাৰ অনুমতি নিদিওঁ,’’- গোচৰটোৰ শুনানিৰ পৰা নিজকে অঁতৰাই নিবলৈ অস্বীকাৰ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এইদৰে কয়।

আবেদনকাৰী মান্দেৰৰ পূৰ্বৰ উকীল তথা সৰ্বোচ্চ আদালতখনৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক গোচৰটোৰ বিধি উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে।

মান্দেৰে প্ৰতিষ্ঠানটোৰ বৃহৎ স্বাৰ্থত, ন্যায়ৰ স্বাৰ্থত লেখ আবেদনৰ শুনানিৰ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অঁতৰাই ৰখাৰ দাবী জনাই আবেদন দাখিল কৰিছিল।

তেওঁ লগতে জানিবলৈ দিছিল যে তেওঁ আৰু গোচৰটোত অধিবক্তা প্ৰশান্ত ভূষণৰ আইনী সেৱা গ্ৰহণ নকৰে।

তেওঁ দাখিল কৰা আবেদনত তেওঁ আন্তৰ্জাতিক মানৱ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সংবিধানৰ আধাৰত কেৱল ইয়াৰ নাগৰিকৰ বাবেই নহয়, লগতে সকলো মানুহৰ বাবে মানৱ অধিকাৰ নিশ্চিত কৰা ইয়াৰ নিজস্ব পৰম্পৰা বৰ্তাই ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ৰ একাগ্ৰতা, মানৱতা আৰু দায়বদ্ধতা বিচাৰিছিল।

তেওঁৰ মতে, আদালতত বিষয়টো যেতিয়া শুনানিৰ বাবে আহিছিল দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মন্তব্য আৰু মৌখিক বিচাৰে আবেদনকাৰীৰ মনত এক গভীৰ আশংকাৰ সৃষ্টি কৰিছিল যে আবেদনৰ ফলাফলত এক পক্ষপাতিত্বমূলক প্ৰভাৱ পৰা সম্ভাৱনা আছে।

Recent News

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd