• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰী শ্ৰী কৃষ্ণগুৰুৰ আবিৰ্ভাৱ তিথি উপলক্ষে কৃষ্ণগুৰু সেৱাশ্ৰমত ভাৰতীয় ষ্টেট বেংকৰ নতুন শাখা মুকলি সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2019 7:10 pm
Sonowal

সৰ্থেবাৰীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

1k
VIEWS
Share on FacebookShare on Twitter

আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী কৃষ্ণগুৰুৰ ৮৫ তম আবিৰ্ভাৱ তিথি উপলক্ষে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়াই।

পবিত্ৰ দিনটোৰ লগত সংগতি ৰাখি মুখ্য মন্ত্ৰী সোণোৱালে কৃষ্ণগুৰু সেৱশ্ৰম, নসত্ৰত ভাৰতীয় ষ্টেট বেংকৰ এটা শাখা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী গ্ৰামাঞ্চলৰ ৫০ তম শাখাটো মুকলি কৰি দিয়া ভাষণত সোণোৱালে শাখাটোৰ জৰিয়তে আৰ্থিক লেন-দেনৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ ৰাইজ বিশেষভাৱে উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গ্ৰমাঞ্চলৰ জনসাধাৰণক অৰ্থনৈতিকভাৱে লাভাম্বিত কৰিবলৈ বহু বিত্তিয় আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি কয় যে নসত্ৰত নতুনকৈ স্থাপন কৰা বেংকৰ শাখাটোৱে প্ৰধানমন্ত্ৰীৰ আঁচনি সমূহৰ সফল ৰূপায়ণত স্থানীয় ৰাইজক সহায় কৰিব।

তদুপৰি, অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱলে কৃষ্ণগুৰু মহাবিদ্যালয়ত অধ্যয়ণ কৰি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ক্ৰমে-জগমোহন কলিতা আৰু কৃপাময় দাসক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

আজিৰ অনুষ্ঠানত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শর্মা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা, জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ৰাম গোপাল ভাগৱতী, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য তৰুণ চন্দ্ৰ বৰা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd