• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মই যেতিয়া তাইৰ মাক-দেউতাকৰ ওচৰলৈ গৈ ক’লোঁ…’ নিজৰ ব্যৰ্থ প্ৰেমৰ কাহিনী শুনালে মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2024 8:57 am
‘মই যেতিয়া তাইৰ মাক-দেউতাকৰ ওচৰলৈ গৈ ক’লোঁ…’ নিজৰ ব্যৰ্থ প্ৰেমৰ কাহিনী শুনালে মুখ্যমন্ত্ৰীয়ে

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো উত্তপ্ত ৰাজনৈতিক বাক-বিতণ্ডা দূৰত ৰাখি, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা সিদ্দাৰমাইয়াই বৃহস্পতিবাৰে সন্ধিয়া মাইচুৰুত কিছু সময়ৰ বাবে নিজৰ পুৰণি প্ৰেম কাহিনীত ডুব যায়। তেওঁ বৰ নষ্টালজিক হৈ পৰে। মহানগৰীৰ এক ৰাজহুৱা অনুষ্ঠানত সিদ্দাৰমাইয়াই তেওঁৰ প্ৰেম কাহিনী শ্বেয়াৰ কৰে। যৌৱনৰ দিনবোৰ আৰু প্ৰেম কাহিনীৰ কথা কয়। কিন্তু সেই প্ৰেম শেষত সফল নহ’ল।

আন্তঃবৰ্ণ (ইন্টাৰ কাষ্ট) বিবাহৰ সংস্কৃতিৰ কথা কবলৈ গৈ মুখ্যমন্ত্রী সিদ্ধাৰমাইয়াই কয়, ‘মই যেতিয়া মোৰ কলেজত আইন অধ্যয়ন কৰি আছিলো তেতিয়া মই এজনী ছোৱালীক ভাল পাইছিলোঁ৷ লগে লগে তাইৰ প্ৰেমত পৰিলোঁ। মোক ভুল নাভাবিব কাৰণ মোৰ উদ্দেশ্য বিশুদ্ধ আছিল আৰু মই তাইক বিয়া কৰাব বিচাৰিছিলো।‘

লগতে পঢ়কঃ নিয়তিৰ কৰুণ পৰিহাস! দিল্লীৰ শিশু চিকিৎসালয়ত অগ্নিকাণ্ড;৭জন নৱজাতকে সাৱটিলে মৃত্যুক

তেওঁ লগতে কয় যে সেইটো তেওঁৰ বাবে সফল প্ৰেম কাহিনী নাছিল। “যেতিয়া মই প্ৰস্তাৱটো লৈ গৈছিলো, তেতিয়া ছোৱালীজনীৰ পৰিয়ালে মান্তি হোৱা নাছিল কাৰণ মই বেলেগ বৰ্ণৰ। সেয় মই বিমুখ হৈ মোৰ বৰ্ণৰে ছোৱালী এজনীক বিয়া কৰাব লগা হ’ল। মোৰ বিবাহটো আন্তঃবৰ্ণ বিবাহ নাছিল, আৰু সেইটো মোৰ বৰ্ণৰ ভিতৰতে ঘটিছিল।” এইদৰেই দুবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থ প্ৰেমৰ কাহিনী কয়।

সিদ্দাৰমাইয়াই যুৱক-যুৱতীসকলক আন্তঃবৰ্ণ বিবাহ আগুৱাই নিবলৈ উৎসাহিত কৰে। “সমাজত জাতিগত বৈষম্য দূৰ কৰাৰ দুটা উপায় আছে। প্ৰথমটো হৈছে আন্তঃবৰ্ণ বিবাহ আৰু দ্বিতীয়টো হৈছে সকলো সম্প্ৰদায়ৰ মাজত আৰ্থ-সামাজিক সবলীকৰণ। আৰ্থ-সামাজিক বিকাশ অবিহনে সমাজত সামাজিক সমতা সম্ভৱ নহয়।”

লগতে পঢ়কঃ গুজৰাটৰ ৰাজকোটত বিধ্বংসী অগ্নিকাণ্ড; গেমিং জ’নত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

তেওঁ দৰাচলতে নিজৰ জীৱনৰ ব্যৰ্থ প্ৰেম কাহিনীটো মনত পেলাই দিলে। কিছু পৰিমাণে তেওঁ আবেগ বিহ্বল হৈ পৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 9:03 am
ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd