• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুমুহা-বৰষুণতো কৰ্তব্য পালন কৰা জোৱান মিঠুন দাসক সম্বৰ্ধনা আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ

অতি ব্যস্ত ট্ৰেফিক পইণ্টটোত আচ্ছাদনযুক্ত প'ডিয়াম দিব নোৱৰাটো আৰক্ষীৰ ব্যৰ্থতা নহয়নে?

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 2, 2019 6:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুমুহা-বৰষুণ সত্ত্বেও উন্মুক্ত প’ডিয়ামত থিয় হৈ অবিচলভাৱে কৰ্তব্য পালন কৰি সকলোৰে দৃষ্টি কঢ়া যান-বাহন আৰক্ষীৰ জোৱান মিঠুন দাসক আজি সম্বৰ্ধনা জনায় গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে। বিষয়াজনে নিজৰ কাৰ্য্যালয়তে এখন মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায় মিঠুন দাসক।

সম্বৰ্ধনা গ্ৰহণ কৰি যান-বাহন আৰক্ষীৰ জোৱানজনে কয় যে দুপৰীয়া সময়খিনিত বশিষ্ট চাৰি আলিত যান-বাহনৰ যথেষ্ট ভিৰ থাকে আৰু দুৰ্ঘটনা হ’ব পাৰে বুলিয়ে প্ৰতিকূল পৰিস্থিতি সত্ত্বেও তেওঁ দায়িত্বৰ পৰা আঁতৰাৰ কথা নাভাবিল।

উল্লেখযোগ্য যে ৩১ মাৰ্চত দুপৰীয়াৰ সময়ত ধুমুহা-বৰষুণৰ মাজতো জোৱানজনে বশিষ্ঠ চাৰি আলিৰ উন্মুক্ত (ওপৰত কোনো আচ্ছাদন নথকা) প’ডিয়ামত থিয় হৈ দায়িত্ব পালন কৰি গৈছিল। বিৰল দায়িত্ববোধ দাঙি ধৰা জোৱানজনৰ কৰ্তব্য পালনৰ এই দৃশ্য বন্দী হোৱা ভিডিঅ’ এটা ছ’চিয়েল মিডিয়া আৰু অন্যান্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত তেওঁক প্ৰশংসাৰে ওপচাই পেলায় সৰ্বস্তৰৰ নাগৰিকে।

Dedication is thy name!

We salute AB Constable Mithun Das (Basistha PS) of @GuwahatiPol , for his exceptional devotion towards duty and showing us how dedication can turn a storm into a sprinkle.

Kudos!

Video Courtesy: Banajeet Deka pic.twitter.com/c6vfHaQBlT

— Assam Police (@assampolice) March 31, 2019

ইপিনে জোৱানজনক নিজৰ এটা টুইট যোগে প্ৰশংসা কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়ায়ো। অসম আৰক্ষীয়েও বিভাগটোৰ টুইটাৰ হেণ্ডেলত জোৱানজনলৈ চেল্যুট দিয়ে এইদৰে “We salute AB Constable Mithun Das (Basistha PS)”.

কিন্তু জোৱানজনৰ বিৰল পৰ্য্যায়ৰ দায়িত্ববোধ প্ৰকাশ পোৱাৰ বিপৰীতে একেটা ঘটনাই আৰক্ষী বিভাগটোৰ অকৰ্মণ্যতাৰ স্বৰূপো উদঙাই দিয়ে। বশিষ্ট চাৰি আলিৰ দৰে এটা অতি ব্যস্ত স্থানত ট্ৰেফিক পইণ্টৰ আচ্ছাদনবিহীন প’ডিয়াম বিভাগটোৰ দায়িত্বহীনতাৰ এটা উদাহৰণ বুলিব পাৰি।

জোৱানজনে কঠিন পৰিস্থিতিতো নিজৰ কৰ্তব্যৰ পৰা বিচ্যুত নহ’লেও তেওঁক এই পৰিস্থিতিটোত পেলোৱা বিভাগটো ক’ৰবাত নিশ্চয় বিচ্যুত হৈছে। সাহিত্যক, গল্পকাৰ আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ দৃষ্টিয়ে বিভাগটোৰ এইবোৰ দৃষ্টিকটু দিশ স্পৰ্শ কৰাটো বাঞ্ছনীয় নহয়নে?

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd