• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ সাম্প্ৰদায়িক মন্তব্য; সকলো মোদী উপাধিৰ লোকক চোৰ আখ্যা

কংগ্ৰেছৰ বিধায়কো নামিল সাম্প্ৰদায়িক মন্তব্য কৰাত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2019 7:36 pm
Kamalakhya_Dey-removebg

কলমাক্ষ দে' পুৰকায়স্থ। ফাইল ফটো।

454
VIEWS
Share on FacebookShare on Twitter

সুযোগ পালেই গান্ধী-নেহৰু পৰিয়ালক আক্ৰমণ কৰি অহা বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দল বিজেপিক সমালোচনা কৰি অহা কংগ্ৰেছৰে এজন বিধায়কে এইবাৰ একেই সাম্প্ৰদায়িক মন্তব্য কৰিছে ‘মোদী’ উপাধিৰ বিৰুদ্ধে।

হাইলাকান্দি জিলা কংগ্ৰেছৰ এখন সভাত আজি স্থানীয় বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে মোদী উপাধি হ’লে চোৰ হ’ব পাৰি। চুৰ কৰিলেও কোনো শাস্তি ভোগ কৰিব লগীয়া নহয়।

“নীৰৱ মোদী, সুশীল মোদী, ললিত মোদী আদিকে ধৰি মোদী উপাধিৰ যিসকল লোক আছে, তেওঁলোকে \of চুৰ কৰে, তেওঁলোকৰ ওপৰত একো একশ্যন নহয়”, পুৰকায়স্থই কয়।

তেওঁ কেইবাজনো মোদীৰ নাম উল্লেখ কৰাৰ পিছত নৰেন্দ্ৰ মোদীকো টানি আনে নিজৰ বক্তব্যৰ মাজলৈ।

“আপোনাৰ টাইটলটো যদি মোদী হয়, তেন্তে আপুনি যি টি কৰিব পাৰিব”, মোদী উপাধিক লক্ষ্য কৰি বিধায়কজনৰ কটাক্ষ।

নিজৰ বক্তব্যৰ সমৰ্থনত বিধায়কজনে কেইবাজনো মোদীয়ে কেনেকৈ হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰি কৰিও বাছি গৈছে তাৰ তথ্য দাঙি ধৰে।

উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়কজনে কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসক ভোট দিবলৈ আহ্বান জনায়। সভাখন হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল।

Recent News

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd