• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুঁজ শেষেই হোৱা নাই দুই জাতীয় সংগঠনৰ : শঙ্কৰদেৱ সঙ্ঘৰ বিৰুদ্ধে মাৰ্ঘেৰিটা থানাত এজাহাৰ টাইপাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 8:28 pm
209
VIEWS
Share on FacebookShare on Twitter

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিৰুদ্ধে মাৰ্ঘেৰিটা থানাত এজাহাৰ দাখিল কৰিলে টাই-আহোম যুৱ পৰিষদে।

সমগ্ৰ অসমতে টাইপাৰ বিৰুদ্ধে সঙ্ঘৰ সদস্যসকলে দাখিল কৰা এহাজাৰৰ পিছতে সঙ্ঘৰ বিৰুদ্ধেই এজাহাৰ দাখিল কৰিছে টাই আহোম যুৱ পৰিষদ, চমুকৈ টাইপাই।

সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ উপ-সভাপতি দুৰ্গা কোঁৱৰৰ নেতৃত্বত টাইপাৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে এই অভিযোগ দাখিল কৰে।

কোঁৱৰৰ মতে, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সদস্যসকলে টাই আহোম জনগোষ্ঠীৰ লগতে তেওঁলোকৰ পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফিক অসন্মান কৰিছিল।

কোঁৱৰে টাই আহোম সম্প্ৰদায়ৰ ঐতিহাসিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে চাওলুং চুকাফাৰ ৬০০ বছৰীয়া আহোম ৰাজ্য সমতা, সন্মান আৰু ভাতৃত্ববোধৰ নীতিৰ ওপৰত গঢ় লৈ উঠিছিল।

এই ক্ষেত্ৰত সঙ্ঘৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে টাইপায়।

উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে গহপুৰৰ নিবাসী তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সদস্য চন্দ্ৰ বৰুৱাই মে-ডাম-মে-ফি উৎসৱত অংশগ্ৰহণ কৰাৰ পিছতে সংঘই বৰুৱাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি ৫০০ টকা জৰিমনা বিহিছিল। ইয়াৰ পিছতে টাইপাই সঙ্ঘৰ সংবিধান দাহ কাৰ্যসূচী গ্ৰহণ কৰে। লগে লগে বিতৰ্কই তুংগত উঠে। টাইপা আৰু সঙ্ঘৰ মাজত সৃষ্টি হয় বাক বিতণ্ডা।

সংবিধান দহনৰ বাবে সঙ্ঘই টাইপাৰ নেতাসকলৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ ৰুজু কৰে। ইয়াৰ পিছত টাইপায়ো সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

Recent News

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ অধিকাৰ! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ অধিকাৰ! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd