• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ সম্পূৰ্ণ ল’কডাউন! : সংক্ৰমণৰ অপ্ৰতিৰোধ্য গতিত দিকবিদিক হেৰুৱাৰ উপক্ৰম চৰকাৰৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2020 10:57 am
thumbs_b_c_805309a551bf367e41fd07688cfd42e8

প্ৰতিকী চিত্ৰ, সৌজন্য- ইন্টাৰনেট

29.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰথম পৰ্যায়ৰ ল’কডাউনত ক’ৰ’না প্ৰতিৰোধত বিশেষভাৱে সফল হৈছিল ৰাজ্যখনৰ চৰকাৰ।

কিন্তু হঠাতে আকৌ আৰম্ভ হ’ল ৰাজ্যখনত দ্বিতীয় তৰংগৰ ক’ৰ’নাৰ সংক্ৰমণ।

দ্বিতীয় তৰংগত ৰাজ্যখনত ক’ৰ’না সংক্ৰমণৰ সংখ্যা তড়িৎ গতিত বৃদ্ধি পোৱা পৰলিক্ষিত হৈছে। ফলত চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন।

সেয়ে পুনৰ সম্পূৰ্ণ ল’কডাউন বলৱৎ হ’ব পাৰে দক্ষিণ ভাৰতৰ ৰাজ্য কেৰেলাত।

ক’ৰ’নাৰ অপ্ৰতিৰোধ্য গতি ৰুদ্ধ কৰিবলৈ বলৱৎ হ’ব পাৰে সম্পূৰ্ণ ল’কডাউন।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয়নেও এই সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে।

অৱেশ্য মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এতিয়াও কোনো চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰা নাই।

“যি ভাৱে সংক্ৰমণৰ গতি বৃদ্ধি পাইছে, পুনৰ সম্পূৰ্ণ ল’কডাউন বলৱৎ কৰা হ’ব পাৰে।” মুখ্যমন্ত্ৰী পিনাৰায়ৰ ভাষ্য।

উল্লেখ্য যে বুধবাৰে ৰাজ্যখনত ১০৩৮ গৰাকী লোকৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ মাজত ২৪ গৰাকী স্বাস্থ্য কৰ্মী আৰু ৫ গৰাকী কাউন্সিলৰ।

ইয়াৰ লগে লগে কেৰেলাত ক’ৰ’নাক্ৰান্তৰ সংখ্যা হৈছে ১৫,০৩২ গৰাকীলৈ বৃদ্ধি পালে। আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৪৫ গৰাকীলৈ।

ইফালে ৰাজ্যখনত পুনৰ ক’ৰ’নাক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত পিনাৰায় চৰকাৰে এখন সৰ্বদলীয় বৈঠকৰো আহ্বান কৰিছে।

Tags: COVID-19

Recent News

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd