• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ কংগো জ্বৰ! ৫ বছৰৰ পিছত পুনৰ দেখা দিছে এই ৰোগে : ইতিমধ্যে এজনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2025 10:20 am
134
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ গুইলেইন-বাৰে চিনড্ৰমক লৈ আতংক বিয়পি পৰিছে। ইফালে গুজৰাটলৈ ঘূৰি আহিছে ‘কংগো জ্বৰ’! এই ৰোগত এজন ব্যক্তিৰ মৃত্যু হৈছে।

জানিব পৰা মতে, শেহতীয়াকৈ জামনগৰত ৫১ বছৰীয়া এজন যুৱকৰ মৃত্যু হৈছে।

মোহনভাই নামৰ এই লোকজন যোৱা ২১ জানুৱাৰীৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল। সোমবাৰে তেওঁৰ মৃত্যু হয়।

মৃতকৰ মৃতদেহৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হৈছে।

চিকিৎসকে কয় যে দেশত এই ৰোগত আক্ৰান্ত হৈ ৫ বছৰৰ পিছত ৰোগীৰ মৃত্যু হৈছে।

কংগো জ্বৰ কি?

ইয়াৰ সম্পূৰ্ণ নাম ক্ৰিমিয়ান কংগো হেমৰেজিক জ্বৰ বা চিচিএইচএফ। এই ৰোগৰ বাবে এতিয়ালৈকে কোনো ভেকচিন প্ৰস্তুত কৰা হোৱা নাই আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে এই ৰোগৰ মৃত্যুৰ হাৰ ৪০ শতাংশ পৰ্যন্ত হ’ব পাৰে।

এই ৰোগৰ ফলত তীব্ৰ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, অলসতা আদি হয়। তদুপৰি এই ৰোগত আক্ৰান্ত হোৱাৰ ২ দিনৰ ভিতৰত পেট বেয়া, মুখ, ডিঙি, ছালত ফোহা ওলাব পাৰে।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই ৰোগ প্ৰায়ে পশুধনৰ পৰা সংক্ৰমিত হয়। গতিকে সচেতন হোৱাটো জৰুৰী।

যদিও মানুহৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা এতিয়াও দেখা পোৱা নাই, তথাপিও সেয়া সম্ভৱ নহয় বুলি কোৱা হোৱা নাই।

সংক্ৰমিত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শৰ দ্বাৰা বা তেওঁলোকৰ তেজ বা শৰীৰৰ অন্যান্য তৰল পদাৰ্থৰ সংস্পৰ্শৰ দ্বাৰা সংক্ৰমণ বিয়পিব পাৰে।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd