• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুইন ওজাৰ কন্যাৰ তাৎক্ষণিক বদলি দাবী কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2019 8:53 pm
Guwahati scribes hinder newly elected MP Queen Ojah's afternoon nap

কুইন ওজাৰ ফাইল ছবি।

2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ চলিত সাধাৰণ নিৰ্বাচনত শাসকীয় বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টি প্ৰাৰ্থী কুইন ওজাৰ জীয়াৰী ময়ূৰী ওজাৰ বদলিৰ দাবী জনাইছে কংগ্ৰেছে।

ওজা কামৰূপ (গ্ৰাম্য) জিলাৰ অতিৰিক্ত উপায়ুক্ত। গুৱাহাটী লোকসভা সমষ্টিৰ কেইবাটাও বিধানসভাৰ ই ভি এম আমিনগাওঁস্থিত উপায়ুক্ত কাৰ্য্যালয়ৰ স্ত্ৰং ৰুমতে জমা ৰখা হৈছে।

“ময়ূৰী ওজাৰ মাক কুইন ওজা ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী। ই ভাৰতৰ নিৰ্বাচনী আয়োগৰ আদৰ্শ আচৰণবিধিৰ পূৰ্ণ উলংঘন,” মঙলবাৰে নতুন দিল্লীত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰাৰ পিছতে সাংবাদিকৰ আগত মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ।

কংগ্ৰেছে ময়ূৰী ওজাৰ লগতে কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰো তাৎক্ষণিক বদলি দাবী কৰিছে।

“এই দুই বিষয়াৰ বদলিকৰণ অবিহনে নিৰপেক্ষ ভোটগণনা অসম্ভৱ,” মন্তব্য বৰাৰ।

যোৱা ২৮ এপ্ৰিলৰ নিশা কেইবা ত্ৰাকো “অব্যৱহৃত” ই ভি এম গুৱাহাটীৰ আমিনগাঁৱস্থিত এটা গুদামত জমা কৰা ঘটনাত কংগ্ৰেছে সন্দেহ প্ৰকাশ কৰিছে।

“তথাকথিত অব্যৱহৃত ই ভি এমসমূহ জমা কৰাৰ নামত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ সমগ্ৰ কাৰ্য্যকলাপে ই ভি এমসমূহত গণ্ডগোল কৰাৰ এক গভীৰ শংকাৰ সৃষ্টি কৰিছে,” বৰাৰ মত।

কংগ্ৰেছে দাখিল কৰা স্মাৰকপত্ৰ গ্ৰহণ কৰি অসমলৈ এই সন্দৰ্ভত তদন্ত কৰাৰ বাবে নিৰ্বাচন আয়োগে বুধবাৰে এক দল প্ৰেৰণ কৰিব বুলিও বৰাই সদৰী কৰিছে।

“তথাকথিত অব্যৱহৃত ই ভি এমসমূহ জমা কৰাৰ নামত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ সমগ্ৰ কাৰ্য্যকলাপে ই ভি এমসমূহত গণ্ডগোল কৰাৰ এক গভীৰ শংকাৰ সৃষ্টি কৰিছে,” বৰাৰ মত।

Tags: নিৰ্বাচন ২০১৯

Recent News

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd