• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঘবৰ জনীয়াৰ ভোটৰ বাবে শ্বেৰমানক বহিস্কাৰৰ সাহস নহ’ল কংগ্ৰেছৰ!

শ্বেৰমান আলীক বহিস্কাৰ কৰাৰ সাহস নাই ভূপেন বৰাৰ : পিযুষ হাজৰিকা

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
October 4, 2021 4:29 pm
Congress did not dare to expel Sherman for Baghbar's vote
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বেৰমান আলিক নিলম্বন কৰাৰ পাছত ভুপেন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ।

এই সন্দৰ্ভত মন্ত্ৰী পিজুষ হাজৰিকাই কয় “ভূপেন বৰাই শ্বেৰমান আলিক বহিস্কাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে। আমি দেখা পাওঁ যদি কেতিয়াবা কাৰোবাক চাকৰিৰ পৰা নিলম্বন কৰা হয় তেতিয়া আকৌ পুনৰ চাকৰিটো ঘূৰাই পোৱাৰ পুনৰ সম্ভাৱনা থাকে কিন্তু বহিস্কাৰ কৰিলে তেতিয়া চাকৰিটো ওৰে জীৱনলৈ ঘূৰাই নাপায়।”

হাজৰিকাৰ মতে “শ্বেৰমান আলিয়ে কৰা কামটো হৈছে অসহনীয় অপৰাধ আৰু বহিস্কাৰ হে তাৰ উপযুক্ত শাস্তি আছিল।কিন্তু ভূপেন বৰা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ এইখিনি সাহস ন’হল কাৰণ তেওঁলোকক বাঘবৰ,জনীয়াৰ বাংলাদেশী মূলৰ ভোটৰ প্ৰয়োজন হ’ব।”

কেইদিনমানৰ আগতে ভূপেন বৰাই শৰ্মা বিদেশী মূলৰ মানুহৰ বাবে নিজৰ পিন্ধা চোলা খুলি উলংগ হৈছিল বুলি দাবী কৰি হাজৰিকাই লগতে কয় “কিন্তু শ্বেৰমান আলিৰ বিৰুদ্ধে এনেকৈ চোলা খোলাৰ সাহস নাই ভূপেন বৰাৰ। এইবোৰেই হৈছে কংগ্ৰেছৰ দলৰ অসমীয়াৰ প্ৰতি কৰা অসন্মান। ‘

শ্বেৰমান আলিয়ে শ্বহীদৰ বিৰুদ্ধে কৰা অতি বেয়া ভাষাৰে কৰা সমালোচনাৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিহিব নোৱাৰা কথাটোত হাজৰিকাই গৰিহণা দিয়ে।

তেওঁ লগতে কয় “অসমীয়াই বেয়া পোৱা কাম যাতে ভূপেন বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছে দুনাই নকৰে তাৰ বাবে ভূপেন বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছলৈ অনুৰোধ।”

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am
ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am
ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd