• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছ নেতা, প্ৰাক্তন বিধায়ক হাবুল চক্রৱৰ্তীৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2020 1:21 pm
Habul-Chakraborty-714x375

হাবুল চক্ৰৱৰ্তীৰ ফাইল ফটো। ফেইচবুকৰ সৌজন্যত

1.3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ কংগ্ৰেছ নেতা তথা ঢেকিয়াজুলি সমষ্টিৰ প্ৰাক্তন বিধায়ক হাবুল চক্ৰৱৰ্তীৰ দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০বছৰ।

শ্বাহ-প্ৰশ্বাসৰ সমস্যাৰ বাবে কংগ্ৰেছ নেতাগৰাকীক ঢেকিয়াজুলিৰ স্থানীয় হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

উন্নত চিকিৎসাৰ বাবে তেওঁক তেজপুৰ মেডিকেল কলেজ আৰু হাস্পাতললৈ অনা হৈছিল যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই চক্ৰৱৰ্তীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

তেওঁ লগতে মৃতকৰ পৰিয়ালৰ সদস্যসকললৈ সমবেদনা জ্ঞাপন কৰে।

বৰাই কয় যে চক্ৰৱৰ্তী এগৰাকী মহান নেতা আছিল, যিয়ে দলটোক সকলো দিশৰ পৰাই সহায় কৰি আহিছিল।

১৯৬০ চনৰ ১ ফেব্ৰুৱাৰিত হাবুল চক্ৰৱৰ্তীয়ে জন্ম গ্ৰহণ কৰিছিল।

২০১১চনত তেওঁ ঢেকিয়াজুলি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী লগতে মিউনিচিপালিটি বোৰ্ডৰ এগৰাকী সদস্যও আছিল।

চক্ৰৱৰ্তী ব্ৰাহ্মণ সভাৰো মুখ্য উপদেষ্টা আছিল। ব্ৰাহ্মণ সভায়ো চক্ৰৱৰ্তীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

Recent News

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd