• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৈনিক স্কুলৰ বেচৰকাৰীকৰণৰ প্ৰতিবাদত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2024 9:46 am
1.3k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ লিখি সৈনিক স্কুলসমূহক ৰাজনীতিৰ মাজলৈ টানি নানিবলৈ অনুৰোধ জনায়। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এখন পত্ৰযোগে কয় যে সৈনিক স্কুল ৰাজনৈতিক সম্পৰ্ক থকা সংগঠনৰ হাতত যাতে গতাই দিয়া নহয়। তেওঁ কয় যে এনে পদক্ষেপে সৈনিক বিদ্যালয়সমূহৰ স্বাধীনতা আৰু স্বায়ত্তশাসনক ক্ষতিগ্ৰস্ত কৰে।

খাৰ্গেই লগতে কয় যে ভৱিষ্যতৰ প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে সৈনিক স্কুলসমূহ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। গতিকে তেওঁলোকক কোনো ধৰণে ৰাজনীতিলৈ টানি অনাটো উচিত নহয়।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰযোগে লিখিছে, সৈনিক স্কুলসমূহৰ বেচৰকাৰীকৰণ কৰা হৈছে। য’ত সৈনিক স্কুলসমূহ কোনোবা নহয় কোনোবা প্ৰকাৰে ৰাজনীতিৰ সৈতে জড়িত লোকৰ হাতত গতাই দিয়া হৈছে।

লগতে পঢ়কঃ IPL 2024: অথলে গ’ল ৰিয়ানৰ বিস্ফোৰক ইনিংছ; ৰুদ্ধশ্বাস মেচত গুজৰাটৰ জয়ৰ নায়ক ৰছিদ

তেওঁ লগতে কয় যে প্ৰায়বোৰ সৈনিক স্কুল বিজেপি আৰু আৰএছএছৰ সৈতে জড়িত লোকৰ হাতত গতাই দিবলৈ চুক্তি কৰা হৈছে। সেইবাবেই সৈনিক স্কুলসমূহ বেচৰকাৰীকৰণৰ প্ৰতিবাদ কৰিছে কংগ্ৰেছে।

কেন্দ্ৰীয় চৰকাৰে হিন্দুত্ববাদী সংগঠনৰ হাতত সৈনিক স্কুলসমূহ গতাই দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে। কিছুদিন ধৰি বিৰোধীয়ে এনে অভিযোগেই উত্থাপন কৰি আহিছে। বিশেষকৈ চিপিআইএমে এই অভিযোগক লৈ সৰৱ হৈছে।

লগতে পঢ়কঃ ইংৰাজৰ লগত হাত কোনে মিলাইছিল? নৰেন্দ্ৰ মোদীক তুলাধুনা দিলে ৰাহুল গান্ধীয়ে

দেশৰ মুঠ ৩৩খন সৈনিক স্কুল আছে। অষ্টম শ্ৰেণী উত্তীৰ্ণ ল’ৰা-ছোৱালীয়ে এই স্কুলসমূহত নামভৰ্তি কৰিব পাৰে। কেন্দ্ৰই এই স্কুলসমূহৰ সংখ্যা ১০০খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। সেয়ে সেইবোৰ বেচৰকাৰীকৰণ কৰিব পাৰে। কিন্তু বিৰোধীয়ে অভিযোগ কৰিলেও কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই। 

Recent News

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd