• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হ’ব আৰু বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিব লাগিব: ছলমান খুৰছিদ

ইয়াছিন আলী by ইয়াছিন আলী
April 4, 2021 6:46 am
IMG20210402163640

ফটো: নৰ্থইষ্ট নাও।

339
VIEWS
Share on FacebookShare on Twitter

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিত কংগ্ৰেছ -এআইডিইউএফৰ সমৰ্থক সকলে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।

মহাজোঁটৰ প্ৰাৰ্থী আব্দুল বাতিনৰ সমৰ্থনত চাকলাত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত সাংসদ আব্দুল খালেকে কেইবাটাও অভিযোগ উত্থাপন কৰে।

অসম গণ পৰিষদ দল বিজেপিৰ গোলাম হৈ পৰিছে বুলি কলেও ভুল কোৱা নহব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।

বঙাইগাঁও জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি মাফিজুৰ ৰহমানৰ পৌৰহিত্বত অনুষ্ঠিত সভাত এইদৰে কয় বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকে।

তেওঁ লগতে মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত, সেয়ে কংগ্ৰেছে পাঁচটা গেৰাণ্টি পালন কৰিব বুলি দৃঢ়তাৰে কয়।

মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক ভাবুকি দিয়া কাৰ্যক গৰিহনা দিয়ে সাংসদ আব্দুল খালেক। যদি মহাজোটৰ প্ৰাৰ্থী আব্দুল বাতিনে বিধান সভাত মাত নামাতে তেন্তে ২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচনত টিকট নাপাব বুলি কয়।

আনহাতে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰছিদে অসমত মহাজোঁটৰ চৰকাৰ হব আৰু বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিব লাগিব বুলি কয়।

সভাত কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি ছলমান খান, শাকিল আহমেদ, প্ৰাৰ্থী আব্দুল বাতিন খন্দকাৰ আদি কৰি বহু নেতা-কৰ্মীয়ে ভাষণ দিয়ে।

সভাত ভালেসংখ্যক অগপ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।

Tags: Assam Election

Recent News

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd