• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত কংগ্ৰেছী গুণ্ডাবাহিনীৰ সন্ত্ৰাস; ভাঙি চুৰমাৰ কৰিলে এন পি পি প্ৰাৰ্থীৰ কনভয়

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
April 5, 2019 4:36 pm
Attack on NPP convoy

আক্ৰমণত ক্ষতিগ্ৰস্থ গাড়ীখন।

777
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচন কাষচাপি অহাৰ লগে লগে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনী আচৰণ বিধি ভংগৰ ঘটনা। নগাঁৱৰ ৰূপহীহাটত সংঘটিত হৈছে আন এক প্ৰাক-নিৰ্বাচনী হিংসাৰ ঘটনা।

ৰূপহীহাটৰ গেৰুৱাটিত প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব যোৱাৰ সময়তে এন পি পিৰ প্ৰাৰ্থী আব্দুল আজিজৰ কনভয়ৰ তিনিখন গাড়ীত একাংশ কংগ্ৰেছী গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ তোলে দলটোৰ কৰ্মীসকলে ৷ গুণ্ডাবাহিনীৰ আক্ৰমণত আজিজৰ কনভয়ৰ তিনিখন গাড়ী বেয়াকৈ ক্ষতিগ্ৰস্থ হয়।

আক্ৰমণত আহত এন পি পিৰ সমৰ্থক

 

আক্ৰমণকাৰী দলটোৱে গাড়ীৰ কনভয়তে আক্ৰমণ কৰি ক্ষান্ত নাথাকি এন পি পিৰ কৰ্মী ছাদ্দাম হুছেইন, আবু তাহেৰ আৰু ছোৰহাব আলীক ইটা আৰু বেলচাৰে আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে। আহত লোককেইজনক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, এন পি পিৰ প্ৰাৰ্থী আব্দুল আজিজে ঘটনা সন্দৰ্ভত কংগ্ৰেছী গুণ্ডাবাহিনীৰ বিৰুদ্ধে ৰূপহীঘাট আৰক্ষী থানাত এটা গোচৰ ৰূজু কৰিছে।

উল্লেখযোগ্য যে, প্ৰতিবাৰ নিৰ্বাচনৰ সময়ত চামগুৰি বিধানসভা সমষ্টিত একাংশ কংগ্ৰেছী গুণ্ডাবাহিনীয়ে বিভিন্ন সময়ত নিৰ্বাচনী হিংসাৰ সৃষ্টি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd