• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজীৱ ভৱনত জ্যেষ্ঠ কংগ্ৰেছী নেতাক ‘হাত-ভৰি ভাঙি দিয়া’ৰ ভাবুকি কংগ্ৰেছ কৰ্মীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 15, 2019 1:49 pm
index

গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰৱেশ কৰাৰ সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশ জৈন। ফটো : নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

ৰাজীৱ ভৱনত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে শণিবাৰে কিছু অথন্তৰ ঘটে। মূল প্ৰৱেশ দ্বাৰেৰে সোমাই অহা সময়তে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেশ জৈনক অশোভনীয় আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

জৈনে মূল প্ৰবেশদ্বাৰৰে সোমাই অহা মুহূৰ্ততে আন এজন কংগ্ৰেছ কৰ্মীয়ে তেওঁক অশালীন আচৰণ কৰা বুলি অভিযোগ তোলে জ্যেষ্ঠ কংগ্ৰেছ নেতা জৈনে।

“আমি গান্ধীবাদী আদৰ্শৰে কংগ্ৰেছ কৰা মানুহ, প্ৰয়োজন হ’লে অনশন কৰিম। হাত ভৰি ভাঙি দিম বুলি কৈছে। মোক কিয় ভৰি হাত ভাঙি দিম বুলি ক’ব?”-জৈনে এনেদৰে কয়।

ইয়াৰ মাজতে দুগৰাকী কংগ্ৰেছ কৰ্মীয়ে জৈনক বুজোৱাৰ চেষ্টা কৰে যদিও তেজপুৰৰ কংগ্ৰেছী যুৱ নেতা পাৰ্থ প্ৰতিম বৰাই জৈনক উদ্দেশ্যি কয়, “ৰমেশ দা কোনে কৈছে আপোনাক তেনেকে? যিজনে কৈছে তাৰে হাত ভৰি ভাঙি দিব লাগে।”

অৱশ্যে, কোন কংগ্ৰেছ কৰ্মীয়ে এই আচৰণ কৰিলে সেয়া  বৰ্তমালৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে, দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হৈছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা। কাৰ্যনিৰ্বাহকলৈ প্ৰাক্তন মুখ্য মন্ত্ৰী ভূমিধৰ বৰ্মন, শৰৎ বৰকটকী, বলীন কুলী, প্ৰদ্যুত বৰদলৈ, এম জি ভি কে ভানু, আব্দুল খালেক, আবু তাহেৰ বেপাৰী, ভূপেন বৰাকে ধৰি অন্য জ্যেষ্ঠ নেতৃত্ব আহি উপস্থিত হৈছে।

উক্ত বৈঠকত বিগত লোকসভা নিৰ্বাচনত দলীয় বিপৰ্যয় তথা আগন্তুক ৪ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সম্পৰ্কে আলোচনা হ’ব বুলি জানিব পৰা গৈছে।

ইপিনে, শনিবাৰে খ্ৰীষ্টানবস্তিৰ হোটেল gateway grand ত কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইন উপস্থিত থাকে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd