• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য: পংকজ পাঠকক দলৰ পৰা অব্যাহতি অসম গণ পৰিষদৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 19, 2022 7:42 pm
Pankaj Pathak
203
VIEWS
Share on FacebookShare on Twitter

মহিলাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰে সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা পংকজ পাঠকক দলীয় শৃংখলা ভংগ আৰু অসামাজিক বক্তব্যৰ বাবে তাৎক্ষণিকভাৱে অসম গণ পৰিষদ দলৰ পৰা অব্যাহতি দিয়া হৈছে।

সামাজিক মাধ্যমত ৰিলছ বনোৱা মহিলাক উদ্দেশ্যি পংকজ পাঠকে তেওঁলোকৰ স্বামীসকলক বান্দৰ কেকোৱা নামৰ তেওঁ প্ৰস্তুত কৰা বনৌষধ ক্ৰয় কৰি খুৱাবলৈ পৰামৰ্শ দিছিল।

কিন্তু ৰিলছ বনোৱা মহিলাক এই বিশেষ টিপছ দি বিপদত পৰিছিল পংকজ পাঠক। অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দেওবাৰে পংকজ পাঠকৰ এই মন্তব্যৰ প্ৰতিবাদত বশিষ্ঠ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল৷

নিজৰ ব্যৱসায়িক স্বাৰ্থত মহিলা সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ প্ৰতিবাদত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে প্ৰতিনিধি দলটোৱে।

ইয়াৰোপৰি দিছপুৰ, যোৰহাট, বঙাইগাঁওকে ধৰি বিভিন্ন থানাত পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল জাতীয় নাৰী বাহিনীয়ে।

ৰাজ্যিক মহিলা আয়োগেও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে পাঠকৰ বিৰুদ্ধে।

কিন্তু সামাজিক মাধ্যমত পংকজ পাঠকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠাৰ পিছতো পূৰ্বৰ তুলনাত বান্দৰ কেকুৱাৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে বুলি দাবী কৰিছিল পাঠকে।

Recent News

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধৰ ঘোষণা

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধৰ ঘোষণা

একাধাৰে গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান; শোকস্তব্ধ সাহিত্য-সাংস্কৃতিক জগত

একাধাৰে গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান; শোকস্তব্ধ সাহিত্য-সাংস্কৃতিক জগত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd