• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বীৰুবালা ৰাভাক ডাইনী সজালে পৰিচালক আইমী বৰুৱাই! বিভ্ৰান্তিকৰ শিৰোনামেৰে মুক্তি দিলে তথ্যচিত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2024 11:12 am
963
VIEWS
Share on FacebookShare on Twitter

ডাইনী হত্যা আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন কাম কৰি যোৱা বীৰুৱালা ৰাভাক অপমান কৰিলে নেকি আইমী বৰুৱাই? শেহতীয়াকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত বীৰুৱালা ৰাভাৰ বিষয়ে নিৰ্মাণ কৰা এখন তথ্যচিত্ৰক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ।

উল্লেখ্য যে বীৰুৱালা ৰাভা সম্পৰ্কে আইমী বৰুৱাই নিৰ্মাণ কৰা তথ্যচিত্ৰ খনৰ নাম আছিল ‘Birubala : Witch to Padmashri’ ( বীৰুৱালা ৰাভা : ডাইনীৰ পৰা পদ্মশ্ৰীলৈ)। এতিয়া বীৰুৱালা ৰাভাৰ পৰিয়ালে এইক্ষেত্ৰত আইমী বৰুৱাৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। কিয়নো অৰ্থগতভাবে শিৰোনামটোৱে বীৰুৱালা ৰাভাক ‘ডাইনী’ হিচাপে নিক্ষেপ কৰিছে।

বীৰুৱালা ৰাভাৰ পুত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাই তথ্যচিত্ৰখনৰ শিৰোনামে তেওঁৰ মাতৃৰ বিষয়ে ভুল ধাৰণা দিয়া বুলি উল্লেখ কৰি অসন্তুষ্টি প্ৰকাশ কৰিছে।

উল্লেখ্য যে আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত এই তথ্যচিত্ৰখনে ১৬ আগষ্টত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অ-ফিচাৰ ফিল্ম শাখাত বিশেষ উল্লেখ লাভ কৰিছে।

এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ এই মন্তব্যৰ পিছতে চৌদিশে সৃষ্টি হৈছে বিতৰ্কৰ। মুঠৰ ওপৰত বিতৰ্কই লগ নেৰা হৈছে আইমী বৰুৱাক।

Recent News

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd