• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশবাসীক মোদীৰ আহ্বান : পিন্ধক ঘৰত বনোৱা মাস্ক, কিটিপ শিকক এই দুগৰাকী অভিনেত্ৰীৰ পৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2020 12:26 pm
Capture
1.7k
VIEWS
Share on FacebookShare on Twitter

আজি প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে পুনৰ ৩ মে’লৈকে বৃদ্ধি কৰিলে লকডাউন। ক’ৰ’না বিৰোধী যুঁজত জয়ী হ’বলৈ মোদীয়ে দেশবাসীক ঘৰতে তৈয়াৰ কৰা মাস্ক পিন্ধাৰ আহ্বান জনায়।

ঘৰত কেনেদৰে মাস্ক বনাব পাৰি তাৰ বিষয়ে যদি আপোনাৰ মনত প্ৰশ্ন উদয় হৈছে তেন্তে সেয়া সহজ কৰি তুলিছে হিনা খান আৰু আদা শৰ্মাই।

এই দুয়োগৰাকী অভিনেত্ৰীয়ে কিছুদিন পূৰ্বে নিজৰ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত মাস্ক বনোৱা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

ভিডিঅ’ৰ জৰিয়তে হিনা খানে তেওঁৰ অনুৰাগীসকলক মাস্ক বনোৱাৰ কৌশল শিকাইছিল। উল্লেখ্য যে ঘৰত বনোৱা মাস্কৰ উপকাৰিতা হ’ল ইয়াক ভালদৰে ধুই পুনৰ ব্যৱহাৰ কৰিব পাৰি।

 

View this post on Instagram

 

So here is my attempt to teach some simple measures of how to make a mask at home. I tried to make the process and the masks, both as interesting as possible for you guys and hope it will encourage a lot of you to make one for yourself. #WeAreInThisTogether #LetsFightCovid19

A post shared by HK (@realhinakhan) on Apr 7, 2020 at 9:36am PDT

হিনাই অতি সহজ তথা সাধাৰণভাৱে মাস্ক বনোৱা ভিডিঅ’ শ্বেয়াৰ কৰাত সকলোৱে ইয়াৰ প্ৰশংসা কৰিছে।

আনহাতে আদা শৰ্মাই মোজা ব্যৱহাৰ কৰি ঘৰতে মাস্ক বনোৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। আদাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত খুব ভাইৰেল হৈছিল। আদাৰ মাস্ক বনোৱা ভিডিঅ’টো হিনাতকৈও সহজ বুলি বহুতে মন্তব্য কৰিছে।

 

View this post on Instagram

 

Tag all your friends who should make this and then tag me so I can see what u guys maade ? . Again DO NOT go out of your house…but if you have to for emergencies then you must wear a mask. If you don’t have a mask ,now you do ! . 3 Home made masks I’ve put on the YouTube channel (link in bio) the fake Adah Sharma’s channel (there are several) all pop up and they have lots and lots of subscribers ?? #coronamask #corona #adahsharma

A post shared by Adah Sharma (@adah_ki_adah) on Apr 11, 2020 at 12:30am PDT

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ বাবে বলিউদৰপ তাৰকাসকল ঘৰতে আৱদ্ধ হৈ আছে। এই সংকটৰ সময়ত তাৰকা সকলে নিজৰ নিজৰ অনুৰগীসকলক বিভিন্ন ধৰণে মনোৰঞ্জন দিয়াৰ লগতে ক’ৰ’নাৰ বিৰুদ্ধে সতৰ্ক কৰিবলৈও বিভিন্ন পন্থা অৱলম্বন কৰিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd