• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছ: গোলাঘাট জিলা কাৰাগাৰৰ ১৯ গৰাকী আচামীক মুকলি

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
March 29, 2020 10:25 pm
প্ৰতীকী ছবি।

প্ৰতীকী ছবি।

5.8k
VIEWS
Share on FacebookShare on Twitter

কৰ’না মহামাৰীৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি বিগত দুটা দিনত গোলাঘাট জিলা কাৰাগাৰ কৰ্তৃপক্ষই বিচাৰ প্ৰক্ৰিয়া চলি থকা ১৯ গৰাকী কাৰাবন্দীক মুকলি কৰি দিছে।

জেল কৰ্তৃপক্ষই শনিবাৰে ১৬ জন আৰু দেওবাৰে তিনিজনক মুকলি কৰি দিয়ে। এইসকলৰ ভিতৰত এগৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে।

এইসকলক মুকলি কৰি দিয়াৰ পিছত বৰ্তমান ২৭৫ গৰাকী কাৰাবন্দী আছে যিসকলৰ মাজৰ পৰা আৰু কিছুসংখ্যকক মুকলি কৰা হ’ব বুলি কাৰাগাৰ অধীক্ষক এম এন শৰ্মাই  জানিবলৈ দিছে।

এই সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে ০১/২০২০ নম্বৰৰ  লেখ আবেদনৰ ভিত্তিত এক নিৰ্দেশনা জাৰি কৰিছিল।

যোৱা ২৩ মাৰ্চত জাৰি কৰা উক্ত নিৰ্দেশনা অনুসৰি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সাত বছৰতকৈ কম শাস্তি থকা অপৰাধত কাৰাবন্দী হৈ থকা অপৰাধী সকলক পেৰলত মুক্তি দিয়াৰ নিৰ্দেশ দিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত শনিবাৰে জিলা উপায়ুক্ত কাৰ্যলয়ৰ সভাকক্ষত গোলাঘাট জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব এছ কে শৰ্মাৰ সভাপতিত্বত আণ্ডাৰ ট্ৰায়েল ৰিভিউ কমিটিৰ এক সভা অনুষ্ঠিত হয়।

উক্ত সভাত জিলা ন্যায়াধীশ বিভাষ চন্দ্ৰ মোডী, মুখ্য ন্যায়িক দণ্ডাধীশ কিৰণ লাল বৈষ্ণৱ, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং,অতিৰিক্ত ন্যায়াধীশ খনিন্দ্ৰ দাস, আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিব এন কৌৰী আৰু কাৰাগাৰ অধীক্ষক এম এন শৰ্মা উপস্থিত থাকে।

উক্ত সভাত কম শাস্তিৰ অপৰাধত কাৰাবন্দী হৈ থকা ব্যক্তিসকলক জামিননামা অথবা ব্যক্তিগত জামিনত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কাৰাগাৰ অধীক্ষকে লগতে জনাই যে কৰ’নাভাইৰাছ ৰোধৰ বাবে কাৰাগাৰৰ ভিতৰত সজাগতা সৃষ্টি কৰাৰ লগতে নতুন কাৰাবন্দীসকলক আছুতীয়াকৈ ৰখা হৈছে বুলি উল্লেখ কৰে।

তদুপৰি চিকিৎসকৰদ্বাৰা সঘনাই স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে বুলি জানিবলৈ দিছে।

Tags: COVID19

Recent News

‘সংসদ নহয়, মোৰ বাবে সংবিধানহে সৰ্বোচ্চ’ : মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘সংসদ নহয়, মোৰ বাবে সংবিধানহে সৰ্বোচ্চ’ : মুখ্য ন্যায়াধীশ বি আৰ গাভাই

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

১০ দিনত ৫টা গণধৰ্ষণ! উৰিষ্যাত সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী-প্ৰশাসন

১০ দিনত ৫টা গণধৰ্ষণ! উৰিষ্যাত সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী-প্ৰশাসন

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd