• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আক্ৰান্ত সাত লক্ষাধিক,তথাপি ক’ৰ’ণাৰ সামাজিক সংক্ৰমণৰ কথা অস্বীকাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2020 8:27 pm
138231-gagjbayfhr-158402
332
VIEWS
Share on FacebookShare on Twitter

 

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দেশত দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাই যোৱাৰ পিছতো কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে ক’ৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ কথা বৃহস্পতিবাৰে পুনৰ অস্বীকাৰ কৰিছে।

নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজেশ ভূষণে কয় যে দেশত এতিয়াও ক’ৰ’ণা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱা নাই। কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে এই প্ৰসংগত কয় যে গণ সংক্ৰমণৰ সলনি দেশৰ অঞ্চল বিশেষেহে সংক্ৰমণ অধিক হৈছে।

এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও কোনো ইংগিত দিয়া হোৱা নাই বুলি তেওঁ কয়।

ইপিনে মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে দেশত ২৪,৮৭৯ গৰাকী লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।এতিয়ালৈকে দেশত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ৭,৬৭,২৯৬ গৰাকী।২৪ ঘন্টাত ক’ৰ’ণা ভাইৰাছত মৃত্যু ঘটিছে ৪৭৬ গৰাকী লোকৰ।

ইমানৰ পিছতো চৰকাৰে দেশত ক’ৰ’ণা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱা নাই বুলি কৰা ঘোষণাই বহুতকে দোমোজাত পেলাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা.হৰ্ষবৰ্দ্ধনেও দেশত ক’ৰ’ণা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱা নাই বুলি মন্তব্য কৰিছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে অসমত ক’ৰ’ণা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱা  বুলি কৈ আহিছে।

Tags: COVID-19

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd