• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান; চিকিৎসকৰ দাবী পাদৰ যোগেদি সংক্ৰমিত হয় ক’ৰ’না ভাইৰাছ!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 3:01 pm
0_Person-farting

প্ৰতিনিধিত্বমূলক ছবি

35.5k
VIEWS
Share on FacebookShare on Twitter

নৰ সংহাৰী ক’ৰ’না ভাইৰাছ পাদৰ জৰিয়তেও সংক্ৰমিত হ’ব পাৰে। এই দাবী কৰিছে চিকিৎসকে।

চিকিৎসকৰ উদ্ধৃতি দি ব্ৰিটিছ সংবাদ পত্ৰ ডেইলী ষ্টাৰে কয় যে চলিত বৰ্ষৰ আৰম্ভণিতে ক’ৰ’না আক্ৰান্তৰ লোকৰ অৰ্ধেক সংখ্যক আক্ৰান্তই পাদৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইয়াৰ পূৰ্বে চিকিৎসকে সৰ্তক কৰি দিছিল যে পাদৰ দ্বাৰা নিৰ্গত বায়ুত ক্ষুদ্ৰ বীজাণু বিয়পি পৰিব পাৰে। ডেইলী ষ্টাৰে এই দৰে কয়।

ডাঃ জেণ্ডাৰ ভান টুল্লেকেন নামৰ চিকিৎসকজনে চিবিবিচিৰ ধাৰাবাহিকৰ বাবে প্ৰস্তুত কৰা তথ্যচিত্ৰসমূহতো এই বিষয়ে উল্লেখ আছে বুলি ডেইলী ষ্টাৰে উল্লেখ কৰিছে।

অষ্ট্ৰেলিয়ান চিকিৎসক ডাঃ এণ্ডি টেগৰ মতে স্বাস্থ্য পৰীক্ষাসম্পন্ন নোহোৱা কোনো ক’ৰ’না আক্ৰান্ত লোকে ধেমালিতে পাদিলে ওচৰত থকা লোকৰ শৰীৰলৈ এই মাৰাত্মক ভাইৰাছবিধ সংক্ৰমিত হ’ব পাৰে।

ডাঃ টেগৰ মতে চলিত বৰ্ষৰ আৰম্ভণিতে ৫৫% শতাংশ ক’ৰ’না আক্ৰান্ত ইয়াৰ দ্বাৰাই সংক্ৰমিত হৈছে।

উল্লেখ্য চিকিৎসকসকলৰ পূৰ্বৱৰ্তী অধ্যয়নতো পাদৰ যোগেদি যথেষ্ট দূৰত্বলৈকে বীজাণুৱে সংক্ৰমিত হ’ব পাৰে বুলি প্ৰমাণিত হৈছিল।

২০০১ চনত অষ্ট্ৰেলিয়াৰ চিকিৎসক কাৰ্ল ক্ৰুজেল্নিকি আৰু মাইক্ৰ’বাঅ’লজিষ্ট লুক টেন্নান্টে পাদৰ জৰিয়তে বীজাণু বিয়পিব পাৰে বুলি এক অধ্যয়নৰ যোগেদি প্ৰমাণ কৰিছিল।

ডাঃ টেন্নান্টৰ মতে পেন্ট পিন্ধি থাকিলেও পাদৰ জৰিয়তে নিৰ্গত বায়ুৰেৰে ৫ ছেণ্টিমিটাৰ পৰ্যন্ত বীজাণু তথা বেক্টেৰিয়া আদি সংক্ৰমিত হ’ব পাৰে।

চলিত বৰ্ষৰ আৰম্ভণিতে চীনৰ চেন্টাৰ ফ’ৰ ডিজিছ কন্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনে ঘোষণা কৰিছিল যে সংক্ৰমিত লোকৰ পাদৰ ফলত পৰিধান কৰা পেন্টৰ সংস্পৰ্শলৈ আহিলে অসংক্ৰমিত লোকেও এই মাৰাত্মক ভাইৰাছ বিধৰ আক্ৰান্ত হ’ব পাৰে।

সেয়ে চিকিৎসকসকলে সতৰ্ক কৰি দিছে যে আক্ৰান্ত লোকৰ পেন্ট পিন্ধাৰ পৰা বিৰত থকা উচিত।

Tags: COVID-19

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd