• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জেৰাৰ নামত অভিযুক্তক নিৰ্যাতন : আৰক্ষীক কাৰণ দৰ্শোৱাৰ জাননী আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2019 9:43 am
Nagaon-Court

নগাঁও আদালত।

1.3k
VIEWS
Share on FacebookShare on Twitter

ধন লুটৰ ঘটনাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা এজন যুৱকক আদালতৰ পৰা আৰক্ষীৰ জিম্মাত লৈ নগাঁও টাউন আৰক্ষীয়ে অকথ্য নিৰ্যাতন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত তথ্য মতে, নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ম’হখুলি গাৱঁৰ জুলহাচ আলী নামৰ এজন যুৱকক চুৰি কাৰ্যৰ লগত জৰিত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিছত ২০ জানুৱাৰিৰ পৰা নগাঁও নগৰ শাখাৰ আৰক্ষীয়ে তিনিদিনৰ জিম্মাত লয়।

উক্ত ঘটনাটোৰ তদন্তৰ বাবে যুৱকজনক সোধা পোচাৰ বাবে আৰক্ষীয়ে জিম্মাত লোৱাৰ সময়ছোৱাত নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ডেকাই ধৃত জুলহাচ আলীক অমানুষিক নিৰ্যাতন কৰাৰ অভিযোগ উঠিছে।

আনহাতে, আলীক জেৰাৰ নামত তেওঁৰ গুপ্তাংগত অত্যাধিক আঘাত কৰাৰ ফলত গুপ্তাংগয়েদি ৰক্তক্ষণ আৰম্ভ হৈছে বুলিও ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে। আৰক্ষীৰ এনে নিৰ্যাতনৰ বিৰুদ্ধে সোমবাৰে নগাঁও আদালতত অভিযোগ দাখিল কৰিছে ভুক্তভোগী যুৱকজনৰ পিতৃয়ে।

এই সন্দৰ্ভত আদালতে এক শুনানি গ্ৰহণ কৰি সংশ্লিষ্ট আৰক্ষী বিষয়া গৰাকীক  মঙলবাৰে আদালতত সোঁ শৰীৰে আচামী জুলহাচ আলীসহ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

তদুপৰি, আদালতে আৰক্ষীৰ জিম্মাত থকা আলীৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিবলৈয়ো  নিৰ্দেশ দিয়ে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd