• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জেঠায়েকৰ পুত্ৰ আশীষে ই হত্যা কৰিছিল ডিম্পল কুমাৱটক!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 2, 2021 8:38 pm
UjanBazar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেঠায়েকৰ পুত্ৰ আশীষে ই হত্যা কৰিছিল ডিম্পল কুমাৱটক।

আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে হত্যাত অভিযুক্ত আশীষ গুপ্তাই(১৬)।

ঘৰত থকা অৱস্থাত দুয়োৰে মাজত প্ৰথমে কাজিয়াৰ সূত্ৰপাত হৈছিল।

প্ৰথমে ডিম্পলে আশীষক থাপৰ মাৰিছিল আৰু তাৰ পৰিণতিত হত্যা কৰিলে ডিম্পলক।

আশীষে প্ৰেচাৰ কুকাৰ আৰু পটীগুটিৰে মৰিয়াই হত্যা ডিম্পলক কৰিছিল।

ইপিনে, ডিম্পলক হত্যা কৰি তাইৰ মোবাইলৰ ছিম কাৰ্ড ওচৰৰ কোনো লোকৰ ঘৰত পেলাই থৈ যায় আশীষে।

সূত্ৰ অনুসৰি পূৰ্বতে ড্ৰাগছ আসক্ত আছিল হত্যাৰ গোচৰত অভিযুক্ত আশীষ। কিছুদিন পূৰ্বে ড্ৰাগছ সেৱনৰ পৰা বিৰত থাকে বুলি জানিব পৰা গৈছে।

ইপিনে, কন্যাক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰে ডিম্পলৰ মাতৃ। কেমেৰাৰ সন্মুখতে উচুপি উঠে একমাত্ৰ জীয়ৰী ডিম্পলৰ দুৰ্ভগীয়া মাতৃ।

আনহাতে, ফাষ্টট্ৰেক আদালতৰ জৰিয়তে হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী জনায় ডিম্পলৰ ওচৰ চুবুৰীয়াই।

আজি ডিম্পলৰ ঘৰৰ সন্মুখত তথা লতাশিল থানাৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰৰ দিনত নাৰী সুৰক্ষিত নহয় বুলিও গুৰুতৰ অভিযোগ তোলে।

উল্লেখযোগ্য যে, বুধবাৰে দিনৰ ১১-১২ বজাৰ ভিতৰত উজানবজাৰৰ ভাড়াঘৰত এই ঘটনা সংঘটিত হৈছিল।

ডিম্পলে ন্যায় পাওঁক তথা সমাজৰ পৰা অচিৰেই নাইকিয়া হওক নাৰীজনিত অপৰাধ।সেয়াই সকলোৰে আশা।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

August 23, 2025 3:49 pm
অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

August 23, 2025 2:05 pm
বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

August 23, 2025 1:38 pm
জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

August 23, 2025 12:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

August 23, 2025 3:49 pm
অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

August 23, 2025 2:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd