• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগন্তুক বৰ্ষৰ জুন মাহৰ ভিতৰত প্ৰস্তুত হৈ উঠিব ভাৰত বয়োটেকৰ ক’ৰ’না প্ৰতিষেধক ‘কোভাক্সিন’

এন ই নাও নিউজ by এন ই নাও নিউজ
October 24, 2020 11:53 am
1.8k
VIEWS
Share on FacebookShare on Twitter

২০২১ চনৰ জুন মাহৰ ভিতৰত ভাৰত বায়োটেকৰ ক’ৰ’না প্ৰতিৰোধী ভেকচিন কোভাক্সিন প্ৰস্তুত হৈ উঠিব।

ভাৰত বায়োটেকৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই আগন্তুক বৰ্ষৰ জুন মাহৰ ভিতৰত কোভাক্সিন ভেকচিন জনসাধাৰণৰ বাবে প্ৰস্তুত হৈ উঠিব বুলি উল্লেখ কৰে।

ভাৰত বায়োটেকে আই চি এম আৰৰ সহযোগত থলুৱাভাৱে কোভাক্সিন নামৰ ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধকবিধ প্ৰস্তুত কৰি আছে।

উল্লেখযোগ্য যে, অলপতে ভাৰত বায়োটেকে কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ মানৱ দেহৰ পৰীক্ষণৰ বাবে অনুমতি লাভ কৰিছে।

ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অফ ইণ্ডিয়াই ভাৰত বায়োটেক আৰু আই চি এম আৰক কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰে।

কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ মানৱ দেহৰ পৰীক্ষণত দেশৰ দহখন ৰাজ্যৰ মুঠ ২৮৫০০ গৰাকী লোকক সামৰি লোৱা হ’ব।

পৰীক্ষামূলকভাৱে কোভাক্সিন গ্ৰহণ কৰিবলগীয়া এই স্বেচ্ছাসেৱক সকলৰ বয়স ১৮ বছৰৰ উৰ্দ্ধত হ’ব।

উল্লেখযোগ্য যে, ভাৰতৰ চেৰাম ইষ্টিটিউটে বিগত মাহত অক্সফোৰ্ডৰ ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন কৰিছিল।

ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্দ্ধনে ২০২১ চনৰ প্ৰথমভাগত দেশত ক’ৰ’না ভাইৰাছৰ ভেকচিন উপলব্ধ হ’ব আৰু প্ৰথম পৰ্যায়ৰ ভেকচিনেশ্যনত ৩ কোটি লোকক সামৰি লোৱা হ’ব বুলি মন্তব্য কৰিছিল।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd