• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫০০০০ পিপিই কিট আহিল, চীনৰ পৰা নিজাকৈ আমদানি কৰা দেশৰ প্ৰথম ৰাজ্য অসম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 15, 2020 9:22 pm
COVID-19: Assam receives 50k PPE kits, becomes India's first state to directly import from China
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমে ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে চীনৰ পৰা নিজাববীয়াকৈ আমদানি কৰা ৫০,০০০ পিপিই কিট বুধবাৰে সন্ধিয়া গুৱাহাটীত আহি পাইছে।

ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে নিজাববীয়া উদ্যোগত চীনৰ পৰা পিপিই কিট আমদানি কৰা অসমেই দেশৰ প্ৰথমখন ৰাজ্য।

মহামাৰী ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সৈতে মোকাবিলাত সংক্ৰমণৰ পৰা বাচি থকাৰ বাবে চিকিৎসক, স্বাস্থ্য কৰ্মীৰ বাবে এই পিপিই কিট অপৰিহাৰ্য্য।

চীনৰ গুৱাংজৌৰ পৰা মালবাহী বিমানযোগে অহা পিপিই কিটখিনি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত গ্ৰহণ কৰে।

Another BIG reason to cheer!

Keeping life first as the motive, we’re glad to have imported 50,000 PPE kits from Guangzhou,China. I am happy to receive this special flight along with @Pijush_hazarika at #Guwahati airport just now. A big reassurance for our doctors & nurses. pic.twitter.com/nFkFkwfPQZ

— Himanta Biswa Sarma (@himantabiswa) April 15, 2020

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে এইখিনিৰ জৰিয়তে অসমত পিপিই কিটৰ সংখ্যা ডেৰলাখলৈ বৃদ্ধি পালে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বুধবাৰে সন্ধিয়া এক সংবাদমেলত সদৰী কৰা মতে অসমৰ চিকিৎসক, স্বাস্থ্য কৰ্মীসকলে অহা চাৰি-পাঁচ মাহলৈকে এই পিপিই কিটখিনিৰ ব্যৱহাৰ কৰিব পাৰিব।

ইফালে অসমত দুগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী বুধবাৰে সম্পূৰ্ণৰূপে সুস্থ হৈছে।

জোনাব আলি (৪৬) আৰু নুৰুদ্দিন আলি (৫৫) নামৰ লোক দুজনক বুধবাৰে সন্ধিয়া চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

দুয়োগৰাকী ৰোগীক সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুস্থ ব্যক্তি দুগৰাকীৰ উপস্থিতিত আয়োজিত সংবাদমেলত এই কথা সদৰী কৰে।

বৃহস্পতিবাৰে গোৱালপাৰাতো তিনিগৰাকী ৰোগীক মুকলি কৰিব পৰা যাব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

২০ এপ্ৰিলৰ ভিতৰত আৰু বহুকেইগৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা মুকলি কৰিব পৰা হ’ব বুলি সংবাদমেলত স্বাস্থ্য মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

দুগৰাকী ৰোগী সুস্থ হৈ উঠাৰ ফলত অসমত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ২৯লৈ হ্ৰাস পালে। আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু হৈছে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd