• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছ: গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মীৰ মাজত সজাগতা সভা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 22, 2020 11:11 pm
COVID-19: GMC organises awareness programme among sanitation workers

সভাৰ ছবি।

3.6k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী পৌৰ নিগমে চাফাই কৰ্মীসকলৰ মাজত বুধবাৰে এক সজাগতা সভা অনুষ্ঠিত কৰে আৰু কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মাস্ক, গ্লভচ আদি কিমান প্ৰয়োজনীয় তাক বুজায়।

এই সজাগতা সভাত ইণ্ডিয়ান ৰেডক্ৰচ ছছাইটিৰ এটি দলে অংশ লয় আৰু চাফাই কৰ্মীসকলক সজাগ কৰে।

সজাগতা সভাত চাফাই কৰ্মী সকলৰ মাজত মাস্ক,গ্লভচ আদি বিতৰণ কৰা হয়।

তেওঁলোকক কৰ’নাভাইৰাছৰ পৰা ৰক্ষা পাবলৈ হাত কেনেকৈ ধুব লাগে সেই বিষয়েও সজাগ কৰে।

মহানগৰীৰ দুটা ডিভিজনত এই সজাগতা সভা অনুষ্ঠিত কৰা হয়। পৰৱৰ্তী সময়ত বাকীসমূহ ডিভিজনত এই সভা অনুষ্ঠিত কৰা হ’ব।

কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে এক সংহাৰী ৰূপ ধাৰণ কৰিছে। শেহতীয়াভাৱে ভাৰততো কৰ’না ভাইৰাছত প্ৰায় বিশ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে।

কৰ’না সংক্ৰমণ ৰোধৰ বাবে ৩ মে’ পৰ্যন্ত লকডাউন ঘোষণা কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

এই লকডাউনৰ সময়ত নিজ নিজ কৰ্মত ব্ৰতী আছে জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তি সকল।

Tags: COVID-19

Recent News

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd