• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণ সংক্ৰমণ! হাফলং চিভিল হাস্পাতালৰ ৰোগীৰ শৰীৰত কোভিড-১৯পজিটিভ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
August 2, 2020 6:53 am
IMG_20200801_214336

পাৰ্বত্য জিলাৰ মাইলংদিচাৰ এগৰাকী মহিলা স্বাস্থ্য কৰ্মী পাহাৰীয়া নৈ পাৰ হৈ ক'ভিড প্ৰতিৰোধৰ কৰ্তব্যত। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাছাও জিলাত কৰ’না গ্ৰাফ তললৈ নামি আহিছিল যদিও শুকুৰবাৰে আৰু শনিবাৰে নতুনকৈ অহা মুঠ পোন্ধৰটা কোভিড পজিটিভৰ ঘটনাই ৰাইজৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।

শনিবাৰে ডিমা হাছাও জিলাত মুঠ ছয়গৰাকী পজিটিভ পোৱা গৈছে। ইয়াৰ ভিতৰত আছে তিনি গৰাকী আৰক্ষী কনিষ্টবল আৰু দুগৰাকী লাংটিং আৰু মাইবাঙৰ চাইদিং এলেকাৰ।

আনহাতে, এগৰাকী হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীৰ দেহতো পোৱা গৈছে কোভিড-১৯ যাৰ কৰ’নাৰ কোনো লক্ষণ নাই।

তথ্য অনুসৰি এই ৰোগীৰ তেনে কোনো ভ্ৰমণ বৃত্তান্তও নাই। তেনেহ’লে গণ  সংক্রমণৰ দিশে আগবাঢ়িছে নেকি ডিমা হাছাও?

উল্লেখ্য যে ইয়াৰ আগতে মান্দাৰদিচাৰ পাঁচ গৰাকী আৰক্ষী কনিষ্টবলৰ উপৰি দিয়ুঙমুখ স্বাস্থ্য কেন্দ্ৰৰ  এগৰাকী কেন্টিন কৰ্মীৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰিছিল।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম চ্যামুয়াল চাংছানে হাফলং অসামৰিক চিকিৎসালয়ত কোভিড লক্ষণ নথকা ৰোগীৰ শৰীৰত কোভিড পজিটিভ পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

ইতিমধ্যে হাফলং চিভিল হাস্পাতালৰ যিটো ৱাৰ্ডৰ পৰা এগৰাকী ৰোগীৰ শৰীৰত কোভিড পজিটিভ পোৱা গৈছে সেই ৱাৰ্ডটো চেনিটাইজ কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে বুলি জানিবলৈ দিছে চ্যামুয়াল চাংছানে।

তেওঁ ৰাইজক সজাগ আৰু সতৰ্ক হৈ থকাৰ উপৰি সামাজিক দূৰত্ব বজাই ৰাখি চলাৰ কাৰণে আহ্বান জনায়। লগতে কোভিড প্ৰতিৰোধৰ কাৰণে দিনে নিশাই যুঁজ দি অহা কোভিড যোদ্ধাসকলৰ সুস্বাস্থ্য কামনা কৰে।

পাৰ্বত্য জিলাৰ শেহতীয়া কোভিড তথ্য অনুসৰি মুঠ কোভিড পজিটিভ আক্ৰান্তৰ সংখ্যা হৈছে ১৮৯গৰাকী। ইয়াৰে সুস্থ হৈ ঘৰলৈ উভতি গৈছে ১৫৬গৰাকী।

আনহাতে, সক্ৰিয় কোভিড পজিটিভ ৰোগীৰ সংখ্যা ৩৩গৰাকী আৰু জিলাখনত এতিয়ালৈকে কোনো কোভিড ৰোগীৰ মৃত্যু হোৱা নাই।

Tags: COVID-19
পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

September 2, 2025 4:21 pm
তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যা বিধায়িকা কে কবিতাক দলৰ পৰা বহিষ্কাৰ

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যা বিধায়িকা কে কবিতাক দলৰ পৰা বহিষ্কাৰ

September 2, 2025 4:12 pm
ওমৰ খালিদ, শ্বাৰ্জিল ইমাম, আন ৭ জনৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ

ওমৰ খালিদ, শ্বাৰ্জিল ইমাম, আন ৭ জনৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 2, 2025 3:47 pm
চুডানত ভয়ংকৰ ভূমিস্খলন : কমেও ১০০০ লোকৰ মৃত্যু

চুডানত ভয়ংকৰ ভূমিস্খলন : কমেও ১০০০ লোকৰ মৃত্যু

September 2, 2025 3:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

September 2, 2025 4:21 pm
তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যা বিধায়িকা কে কবিতাক দলৰ পৰা বহিষ্কাৰ

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যা বিধায়িকা কে কবিতাক দলৰ পৰা বহিষ্কাৰ

September 2, 2025 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd