• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত আৰু দুগৰাকী কোভিড১৯ ৰোগী সুস্থ; গুৱাহাটী এমএমচিএইচৰ পৰা বিদায়

স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত বিদায় জনালে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 18, 2020 2:11 pm
index.jpg111
606
VIEWS
Share on FacebookShare on Twitter

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মহম্মদ আৰ্ছাদ আৰু মহম্মদ ৰিজুৱান নামৰ দুগৰাকী কোভিড ৰোগীয়ে আজি চিকিৎসালয়খনৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত কোভিড১৯ ৰোগীকেইগৰাকীক চিকিৎসালয়খনৰ পৰা বিদায় দিয়ে চিকিৎসালয় কতৃপক্ষই।

এই দুগৰাকী ৰোগীক চাৰিবাৰকৈ পৰীক্ষা কৰি ফলাফল ঋণাত্মক (Negative) ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে বুলি স্বাস্থ্য মন্ত্ৰীয়ে জনায়।

এতিয়া তেওঁলোকক নিজ গৃহতে ১৪ দিন আছুতীয়াকৈ ৰখা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ এই দুয়োজন ব্যক্তিৰ ঘৰ উত্তৰ প্ৰদেশৰ চামেলি জিলাত।

বৰ্তমানলৈকে অসমত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্য ১১ গৰাকী হ’লগৈ৷

উল্লেখযোগ্য যে কালি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা হাইদৰ আলি (৬২), ৱাহিদা বেগম (৩০), য়াকুব আলি (৫১) আৰু ৰুমা বেগম (৩৮)ক সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।

ইয়াৰ পূৰ্বে যোৱা দুদিনত সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুগৰাকী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা তিনিজন সুস্থ ব্যক্তিক ঘৰলৈ যাবলৈ দিয়া হৈছিল।

Tags: COVID-19

Recent News

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

উজনি অসমত মিঞা খেদাৰ নামত প্ৰশাসনৰ সন্মুখতে আইন হাতত তুলি ল’ব পাৰিছে কেনেকৈ? প্ৰশ্ন ডি ৱাই এফ আইৰ

উজনি অসমত মিঞা খেদাৰ নামত প্ৰশাসনৰ সন্মুখতে আইন হাতত তুলি ল’ব পাৰিছে কেনেকৈ? প্ৰশ্ন ডি ৱাই এফ আইৰ

ট্ৰাম্পৰ ভাবুকিৰ পাছতো মৌন ৰাছিয়া! গোপনে চলিছে নেকি ৰাছিয়াৰ বৃহৎ কৌশল?

ট্ৰাম্পৰ ভাবুকিৰ পাছতো মৌন ৰাছিয়া! গোপনে চলিছে নেকি ৰাছিয়াৰ বৃহৎ কৌশল?

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd