• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত ছয় লক্ষাধিক লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্নঃ হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2020 7:59 am
COVID19-positive-750x375-1

প্ৰতিনিধিত্বমূলক ফটো।

1.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছে একপ্ৰকাৰৰ গণ সংক্ৰমণৰ ৰুপ লোৱা অসমত এতিয়ালৈকে ছয় লক্ষাধিক লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ মুঠ৬,০১,৩৮৫ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

ইয়াৰ ভিতৰত যোৰহাট মেডিকেল কলেজত ৫৬,০১০, শিলচৰ মেডিকেল কলেজত ৪৭,৪৪৪, গুৱাহাটী মেডিকেল কলেজৰ হিলটপ লেৱত ৫৮,২৬৩,

অসম মেডিকেল কলেজত ৩৪,০৯৬,তেজপুৰ মেডিকেল কলেজত ৪৭,৪০৪, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ৬১,৭৫৭,

আৰ এম আৰ চি-আই চি এম আৰত ৫৪,৩৫৭,গুৱাহাটী মেডিকেল কলেজত লেৱত ১৪,৮৩২,ডিফু মেডিকেল কলেজত ১৪,৭৫৮,

ডিআৰ ডি অ’ত ৭৭৩৯,ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকন’ল’জিত ১৯,৮৩২,নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’ল’জিত ৮১৯৭,

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ১,৯৯০,ৱাৰ্ড স্ক্ৰীণিং চেন্টাৰত ক্ৰমে ১৯,৮৩৪,১৫৪,৭৮১গৰাকী লোকৰ পৰীক্ষা কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ ক্ষেত্ৰত জনসাধাৰণে কৰা সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Tags: COVID-19

Recent News

আদানীৰ ওপৰত তদন্তৰ ভয়ত ট্ৰাম্পৰ বিৰুদ্ধে মৌন মোদী! ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

আদানীৰ ওপৰত তদন্তৰ ভয়ত ট্ৰাম্পৰ বিৰুদ্ধে মৌন মোদী! ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

চৰকাৰী কামত হিন্দীক বাধ্যতামূলক কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই : লোকসভাক জনালে কেন্দ্ৰীয় চৰকাৰে

চৰকাৰী কামত হিন্দীক বাধ্যতামূলক কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই : লোকসভাক জনালে কেন্দ্ৰীয় চৰকাৰে

মুছলমানক বাদ দি ৬ সংখ্যালঘু সম্প্ৰদায়ক বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত! শীঘ্ৰেই লাভ কৰিব নাগৰিকত্ব 

মুছলমানক বাদ দি ৬ সংখ্যালঘু সম্প্ৰদায়ক বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত! শীঘ্ৰেই লাভ কৰিব নাগৰিকত্ব 

আদানীৰ ব্যৱসায় বচাবলৈ ট্ৰাম্পৰ বিৰুদ্ধে মাত মতা নাই প্ৰধানমন্ত্ৰী মোদীয়ে : নতুন অভিযোগ ৰাহুল গান্ধীৰ

আদানীৰ ব্যৱসায় বচাবলৈ ট্ৰাম্পৰ বিৰুদ্ধে মাত মতা নাই প্ৰধানমন্ত্ৰী মোদীয়ে : নতুন অভিযোগ ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd