• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৭ নৱেম্বৰত সমাৱেশ অনুষ্ঠিত হ’লে ভয়ংকৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে : চি পি আই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2018 7:43 am
cpim-27-1485479445
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰাৰ দাবীৰে অহা ১৭ নৱেম্বৰত গুৱাহাটীত ২৬ টা বাঙালী সংগঠনে আয়োজন কৰা বিশাল সমাৱেশৰ সৰ্বত্ৰে বিৰোধিতা হৈ থকাৰ সময়তে এইবাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্য পৰিষদ চমুকৈ চি পি আইয়েও ঘোৰ বিৰোধিতা কৰিছে।

চি পি আই দলৰ ফালৰ পৰা কোৱা হৈছে যে যদিহে ১৭ নবেম্বৰত এই সমাৱেশ অনুষ্ঠিত হয় তেন্তে অসমত ভয়ংকৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে। সেয়ে শান্তি-সম্প্ৰীতি অটুত ৰখাৰ স্বাৰ্থত এই সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বিপৰীতে বন্ধ কৰাৰ বাবেহে ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

দলটোৰ নেতা-কৰ্মীসকলে কয় যে প্ৰকৃততে অসমত বসবাস কৰি থকা অবৈধ হিন্দু বাংলাদেশী নাগৰিকসকলেহে এই বিধেয়কখনৰ সমৰ্থনত আন্দোলন তীব্ৰতৰ কৰি তোলা পৰলিক্ষিত হৈছে। তদুপৰি ভাৰতীয় হিন্দু বাঙালীয়েও বিজেপি আৰু আৰ এছ এছৰ উচটনিত বিধেয়কৰ সমৰ্থনত এনেধৰণৰ হুংকাৰ প্ৰদান কৰিছে।

মন কৰিবলগীয়া যে বিজেপিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কমিটিয়ে বিধেয়কখনৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছৰে পৰা উক্ত লোক তথা সংগঠনসমূহ উৎসাহিত হৈ পৰিছে।

আনহাতে বিজেপি বিধায়ক শিলাদিত্য দেবে বিভিন্ন সময়ত কৰি অহা সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভতো কমিউনিষ্ট দলটোৱে মন্তব্য কৰা দেখা যায়। আৰ এছ এছ-বিজেপি অসমীয়া জাতি তথা অসমৰ বাবে শত্ৰু। সেয়ে শিলাদিত্যৰ দৰে নেতাই বাৰে বাৰে অসমীয়া জাতি তথা অসমীয়া লোকক এইদৰে অপমান কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

August 28, 2025 4:05 pm
অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

August 28, 2025 3:55 pm
সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

August 28, 2025 3:50 pm
ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

August 28, 2025 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

August 28, 2025 4:05 pm
অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

August 28, 2025 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd