• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুখবৰ; ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া শৃংখলাত উপস্থিত থাকিব দৰ্শক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 2:49 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

534
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ বিৰুদ্ধে ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন দিবা-নৈশ মেচত ২৭ হাজাৰ দৰ্শক ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব বুলি মঙলবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই জানিবলৈ দিয়ে।

ক’ৰ’না মহামাৰীৰ বাবে এই পৰ্যন্ত বায়-সুৰক্ষিত পৰিৱেশত দৰ্শক অবিহনেই ক্ৰিকেট মেচ অনুষ্ঠিত হৈ আছে যদিও ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ শৃংখলাত দৰ্শক থাকিব।

অষ্ট্ৰেলিয়াত ভাৰতীয় দলটোৱে তিনিখন এদিনীয়া, তিনিখন টি-২০ আৰু চাৰিখন টেষ্ট খেলিব।

এই ভ্ৰমণটো ২৭ নৱেম্বৰত ছিডনীত প্ৰথমখন এদিনীয়া মেচেৰে আৰম্ভ হ’ব। টেষ্ট শৃংখলাটোৰ আৰম্ভণি ১৭ ডিচেম্বৰৰ পৰা হ’ব।

ক্ৰিকেট ডট কম ডট য়ুৰ মতে, ‘এডিলেড ওভালৰ মুঠ আসনৰ ৫০ শতাংশ টিকটহে বিক্ৰী কৰা হ’ব, অৰ্থাৎ প্ৰতিদিনে ২৭,০০০ টিকট উপলব্ধ হ’ব’।

উল্লেখ্য যে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে কেৱল এডিলেড টেষ্ট মেচখনহে খেলিব। ইয়াৰ পিছত তেওঁ স্বদেশলৈ ঘূৰি আহিব কিয়নো জানুৱাৰিত তেওঁৰ ঘৰলৈ আহিব নতুন আহিব।

২৬ৰ পৰা ৩০ ডিচেম্বৰলৈ মেলবৰ্ণত বক্সিং ডে  টেষ্ট খেলা হ’ব, আৰু মুঠ ক্ষমতাৰ টিকটৰ মাত্ৰ ২৫ শতাংশহে বিক্ৰী কৰা হ’ব।

ব্ৰিছবেনত হ’বলগীয়া চতুৰ্থ খন টেষ্টত ৭৫ শতাংশ, অৰ্থাৎ ৩০,০০০ টিকট বিক্ৰী কৰা হ’ব। আনহাতে ছিডনীত হ’ভলগীয়া মেচখনত ২৩ হাজাৰ টিকত দৰ্শকৰ বাবে বিক্ৰী কৰা হ’ব।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd