• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাট বিজেপিত জোকাৰণি! ছয় হাজাৰকোটি কেলেংকাৰীত অভিযুক্ত বিজেপি নেতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2024 4:55 pm
109
VIEWS
Share on FacebookShare on Twitter

গুজৰাট আৰক্ষীয়ে এটা ডাঙৰ পঞ্জী আঁচনিৰ কেলেংকাৰি উদঙাইছে, য’ত প্ৰায় ছয় হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনা সংঘটিত হৈছিল। এই কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড হৈছে বিজেপিৰ সদস্য হিচাপে পৰিচিত আৰু গুজৰাটৰ শীৰ্ষ নেতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ভূপেন্দ্ৰ সিং ঝালা। তেওঁ নিজৰ ছবি বিজেপি নেতাৰ সৈতে শ্বেয়াৰ কৰি ৰাইজৰ মাজত আস্থা গঢ়ি তোলাত সফল হৈছিল। ঝালাই ২০১৬ চনত এই ‘মানি ডাবলিং’ আঁচনিখন আৰম্ভ কৰিছিল আৰু পিছলৈ বহু শিক্ষানুষ্ঠানো মুকলি কৰিছিল। আৰক্ষীৰ মতে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমতি অবিহনে তেওঁ মানুহৰ পৰা ধন জমা কৰিছিল।

বিজেপি নেতাৰ সৈতে ভূপেন্দ্ৰ সিং ঝালাৰ ঘনিষ্ঠতাই এই কেলেংকাৰি ফলপ্ৰসূভাৱে চলোৱাত সহায়ক বুলি প্ৰমাণিত হ’ল। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ২০২৪ চনত তেওঁক ‘গুজৰাটৰ গৌৰৱ’ আৰু ‘ব্যৱসায়ত উৎকৃষ্টতা’ৰ দৰে বঁটা প্ৰদান কৰিছিল। কিন্তু এতিয়া পোহৰলৈ আহিছে যে একেবোৰ প্ৰতিষ্ঠানৰ বিত্তীয় লেনদেনত প্ৰৱঞ্চনা সংঘটিত হৈছিল। চিআইডিৰ তথ্য অনুসৰি ঝালাই শিক্ষানুষ্ঠানখন বন্ধকত ৰাখি বেংকৰ পৰা ঋণ লৈ তাৰ বহু পৰিমাণৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰে।

২০২২ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে ভূপেন্দ্ৰ ঝলাৰ নামো আগতীয়াকৈ আহিছিল। এই কথা অস্বীকাৰ কৰি বিজেপিৰ ৰাজ্যিক সংবাদ মাধ্যমৰ মুৰব্বী যগনেশ দেবে কয় যে ঝলা বিজেপিৰ কৰ্মী নহয়, বৰঞ্চ দলৰ বাবে কাম কৰিছিল। এই বিষয়ত গুজৰাট কংগ্ৰেছৰ মুখপাত্ৰ মনীষ দোষীয়ে কয় যে বিজেপিয়ে কেৱল কেলেংকাৰী ৰোধ কৰাত ব্যৰ্থ হোৱাই নহয় দুৰ্নীতিগ্ৰস্তৰ সৈতেও থিয় দিছে, আনহাতে বিজেপি নেতা আৰু ভূপেন্দ্ৰ ঝলাৰ মাজত বহু ছবি আৰু সম্পৰ্ক চৰ্চালৈ আহিছে।

চিআইডিৰ তথ্য অনুসৰি এই পঞ্জী আঁচনিৰ লগত শিক্ষক, চিকিৎসক, অধিবক্তা, কৃষক আদি বৃহৎ সংখ্যক পেছাদাৰী ব্যক্তি জড়িত আছিল, আৰু আইপিএলৰ ক্ৰিকেটাৰসকলো ইয়াত বিনিয়োগকাৰী আছিল। তদন্তকাৰী সংস্থাই এই পৰ্যন্ত ৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন কোম্পানী আৰু বেংক একাউণ্ট ফ্ৰীজ কৰি ৰাখিছে। ভূপেন্দ্ৰ ঝলাৰ পৰা বিলাসী গাড়ীও জব্দ কৰা হৈছে, আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd