• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংকটগ্ৰস্ত শ্ৰীলংকাত ঔষধৰ মূল্যবৃদ্ধিত হাহাকাৰ সাধাৰণ জনতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2022 11:21 am
166
VIEWS
Share on FacebookShare on Twitter

শ্ৰীলংকাত অৰ্থনৈতিক সংকট অব্যাহত থকাৰ সময়তে দ্বীপৰাষ্ট্ৰখনে ঔষধৰ মূল্য পুনৰ বৃদ্ধি কৰিছে। ছয় সপ্তাহৰ ভিতৰত এইটো ঔষধৰ এনেধৰণৰ দ্বিতীয় মূল্যবৃদ্ধি।

বাতৰি অনুসৰি, দেশখনে ঔষধসমূহৰ মূল্য ৪০ শতাংশ বৃদ্ধি কৰিছে য’ত আনকি আটাইতকৈ নিয়মীয়া ব্যৱহাৰৰ ঔষধো অন্তৰ্ভুক্ত আছে।

যোগান আৰু মূল্যই উদ্বেগ সৃষ্টি কৰাৰ মাজতে নাগৰিকসকলক এতিয়া হয় হ্ৰস্বকালীন চিকিৎসা নিদান ল’বলৈ বা বিদেশৰ পৰা ঔষধ মগাই আনিবলৈ বাধ্য কৰা হৈছে।

ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সময়ত চৰকাৰে দাবী কৰিছে যে ইয়াৰ কোনো বিকল্প নাই। শ্ৰীলংকাৰ কৰ্তৃপক্ষই এইটোও দাবী কৰিছে যে চৰকাৰে স্বেচ্ছাই ঔষধৰ মূল্য বৃদ্ধি কৰা নাই।

লগতে পঢ়ক: সংসদত মহিলা সহকৰ্মীৰ কাষত বহি পৰ্ণ’গ্ৰাফী চোৱাৰ অভিযোগত নিলম্বিত ব্ৰিটিছ সাংসদৰ পদত্যাগ

তদুপৰি, চৰকাৰে দাবী কৰে যে যিহেতু সংকটৰ বাবে টকাৰ মূল্য হ্ৰাস পাইছে, সেয়েহে মূল্য বৃদ্ধি নকৰাৰ বাবে বেছিভাগ ঔষধৰ যোগান কমি গৈছে।

আনকি মূল্য বৃদ্ধি আৰু যোগানৰ নাটনিৰ বাবে এতিয়া মানুহে চিকিৎসকে নিদানপত্ৰ দিয়া নিৰ্ধাৰিত ঔষধ কমকৈ ক্ৰয় কৰিবলৈ বাধ্য হ’ব বুলিও একাংশ চিন্তিত হৈ পৰিছে। 

Recent News

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী? যাত্ৰী তালিকাত নাম!

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী? যাত্ৰী তালিকাত নাম!

মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd