• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰডুমছাত চি আৰ পি এফ জোৱানক ছুৰীৰে আক্ৰমণ কৰি হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2023 8:30 pm
Wife kills husband
5k
VIEWS
Share on FacebookShare on Twitter

অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত চেকগেটৰ সীমান্তৱৰ্তী বৰডুমছাত অচিনাক্ত ব্যক্তিৰ ছুৰীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এগৰাকী চি আৰ পি এফ জোৱানে।

নিহত জোৱানগৰাকীক সুনীল কুমাৰ পাণ্ডে বুলি চিনাক্ত কৰা হৈছে। মটৰ চাইকেলেৰে অহা এক অচিনাক্ত ব্যক্তিয়ে তেওঁক ছুৰীৰে আঘাত কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, আক্ৰমণৰ সময়ত জোৱানগৰাকী চিভিল ড্ৰেছত আছিল। জন্মাষ্টমী উপলক্ষে জোৱানগৰাকী সহকৰ্মীৰ সৈতে বজাৰ কৰিবলৈ ওলাই গৈছিল।

তেনে সময়তে অভিযুক্তই পাণ্ডেক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা বেগেৰে অৰুণাচল প্ৰদেশৰ নামছাই অভিমুখে পলায়ন কৰে।

ইফালে ছুৰীৰ আঘাতত গুৰুতৰভাৱে আহত জোৱানগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে তেওঁৰ মৃত্যু হয়।

Recent News

মেৰুদণ্ড ভাঙিল মাওবাদী সন্ত্ৰাসৰ: এনকাউণ্টাৰত নিহত সাধাৰণ সম্পাদক কেশৱ ৰাও

মেৰুদণ্ড ভাঙিল মাওবাদী সন্ত্ৰাসৰ: এনকাউণ্টাৰত নিহত সাধাৰণ সম্পাদক কেশৱ ৰাও

বিশ্বৰ আটাইতকৈ দ্ৰুততম ক্ষেপণাস্ত্ৰ, মাত্ৰ ৫ মিনিটত কাশ্মীৰৰ পৰা কন্যাকুমাৰীত হ’ব উপস্থিত

বিশ্বৰ আটাইতকৈ দ্ৰুততম ক্ষেপণাস্ত্ৰ, মাত্ৰ ৫ মিনিটত কাশ্মীৰৰ পৰা কন্যাকুমাৰীত হ’ব উপস্থিত

বৈভৱৰ এটা ৰানৰ মূল্য ৬৫,২৭৭ হাজাৰ টকা; IPLত কিমান টকা উপাৰ্জন কৰিলে ১৪ বছৰীয়া সূৰ্য্যবংশীয়ে?

বৈভৱৰ এটা ৰানৰ মূল্য ৬৫,২৭৭ হাজাৰ টকা; IPLত কিমান টকা উপাৰ্জন কৰিলে ১৪ বছৰীয়া সূৰ্য্যবংশীয়ে?

ভাৰতত নিষিদ্ধ বাংলাদেশৰ খাদ্য কোম্পানী ‘প্ৰাণ’, অনিশ্চয়তাত অৰ্থনৈতিক ভৱিষ্যত!

ভাৰতত নিষিদ্ধ বাংলাদেশৰ খাদ্য কোম্পানী ‘প্ৰাণ’, অনিশ্চয়তাত অৰ্থনৈতিক ভৱিষ্যত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd