• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাতংক; ছীল কৰা হৈছে দিল্লীস্থিত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2020 3:35 pm
03crpf

দিল্লীস্থিত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়, ফ'টো সৌজন্য- ইন্টাৰনেট

483
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দিল্লীস্থিত মুখ্য কাৰ্যালয় ছীল কৰা হৈছে।

মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰা পিছতে দেওবাৰে কাৰ্যালয়টো ছীল কৰা হয়।

উল্লেখ্যে যে, বাহিনীটোত কৰ্মৰত বহুসংখ্যক জোৱানৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱাৰ পিছত আজি দেওবাৰে মুখ্য কাৰ্যালয়ত কৰ্মৰত এগৰাকী আশুলিপিকাৰৰ(stenographer) শৰীৰত কোভিড১৯ পজিটিভ পোৱাৰ পিছতে কাৰ্যালয়টো ছীল কৰা হৈছে।

কোভিড১৯ত আক্ৰান্ত আশুলিপিকাৰগৰাকী চি আৰ পি এফৰ অতিৰিক্ত সঞ্চালক জাভেদ আখটাৰৰ কক্ষত নিয়োজিত আছিল।

ইতিমধ্যে জাভেদ আখটাৰৰ লগতে অন্য ১০ জন বিষয়াক হোম-কোৱাৰান্টেইন কৰা হৈছে আৰু মুখ্য কাৰ্যালয়ত আক্ৰান্ত লোকজনৰ সংস্পৰ্শলৈ অহা লোকসকলক অনুসন্ধান কৰি যোগাযোগ কৰা হৈছে।

উক্ত আক্ৰান্ত ঘটনা পোহৰলৈ অহাৰ পিছতে দেওবাৰে মুখ্য কাৰ্যালয়টোৰ লগতে চৌহদটোকো সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ৰ এজন চালকৰ শৰীৰত কোভিড১৯ৰ পজিটিভ পোৱা গৈছিল।

উল্লেখ্য যে বৰ্তমানলৈকে চি আৰ পি এফৰ ১৪৪ জন জোৱানৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ ১৩১ জন হৈছে বাহিনীটোৰ ময়ুৰ বিহাৰস্থিত ৩১ নং বেটেলিয়নৰ জোৱান। ইতিমধ্যে ময়ুৰ বিহাৰস্থিত উক্ত বেটেলিয়নটোকো ছীল কৰা হৈছে।

আনহাতে চি আৰ পি এফৰ এজন উপ-পৰিদৰ্শক ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে আৰু ২০ জন জোৱানৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল আহিবলৈ বাকী আছে।

Tags: COVID-19

Recent News

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

ৰাজস্থানৰ এখন বিদ্যালয়ৰ চাল ভাঙি মৃত্যু ৭ জনৰ! ৬০ জনতকৈ অধিক আবদ্ধ হৈ পৰাৰ আশংকা

ৰাজস্থানৰ এখন বিদ্যালয়ৰ চাল ভাঙি মৃত্যু ৭ জনৰ! ৬০ জনতকৈ অধিক আবদ্ধ হৈ পৰাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd