• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌথ CSIR UGC NET June 2020’ পৰীক্ষাৰ সংশোধিত সূচী প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2020 12:50 pm
unnamed-1-750x375
192
VIEWS
Share on FacebookShare on Twitter

নেশ্যনেল টেষ্টিং এজেন্সি (এন টি এ) যৌথ CSIR UGC NET, জুন ২০২০’ পৰীক্ষাৰ দিন পুনৰ্নিদ্ধাৰণ কৰিছে।

নতুন সূচী অনুসৰি CSIR UGC NET, জুন ২০২০’ পৰীক্ষা অহা ১৯,২১ আৰু ২৬ নৱেম্বৰত অনুষ্ঠিত হ’ব।

এন টি এই  প্ৰকাশ কৰা চৰকাৰী বিজ্ঞপ্তি অনুসৰি বিশাল সংখ্যক শিক্ষাৰ্থীৰ অধ্যয়নৰ আগ্ৰহৰ প্ৰতি লক্ষ্য কৰি গৃহ মন্ত্ৰ্যালয়ে বিভিন্ন প্ৰৱেশ পৰীক্ষা পৰিচালনাৰ বাবে শিক্ষা মন্ত্ৰ্যালয়ৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে।

পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে ইয়াৰ অফিচিয়েল ৱেবছাইটৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

এডমিট কাৰ্ডত পৰীক্ষাৰ ৰোল নম্বৰ, পৰীক্ষা কেন্দ্ৰ, তাৰিখ, শ্বিফ্ট তথা সময় উল্লেখ থাকিব। বিতং তথ্যৰ বাবে যৌথ CSIR UGC NET, জুন ২০২০’ ৰ ৱেবছাইট csirnet.nta.nic.in বা www.nta.ac.in চাবলৈ কোৱা হৈছে।

পৰীক্ষা সম্পৰ্কে কেইটামান বিশেষ কথা:

ক) কম্পিউটাৰৰ জৰিয়তে অনুষ্ঠিত হ’ব পৰীক্ষা

খ) তিনিটা শাখাত হ’ব পৰীক্ষা। সকলো বিভাগতে অৱজেক্টিভ টাইপ মাল্টিপ’ল প্ৰশ্ন থাকিব।

কম্পিটাৰ ভিত্তিক পৰীক্ষা পদ্ধতি (চি বি টি):

প্ৰতিজন প্ৰাৰ্থীকে ৰোল নম্বৰ নিৰ্দেশক এটা কম্পিউটাৰ টাৰ্মিনেল (ন’ড) দিয়া হ’ব। প্ৰাৰ্থীসকলে তেওঁলোকৰ বাবে অনুমোদিত কম্পিউটাৰত বহিব লাগিব। প্ৰাৰ্থীয়ে পৰীক্ষা হল, ঘৰ বা কম্পিউটাৰ সলনি কৰিব নোৱাৰিব। অন্যথা পৰীক্ষা বাতিল হ’ব।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd