• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চ বৰ্ণৰ যুৱতীৰে প্ৰেম কৰাৰ অপৰাধত ৰ’ড আৰু পাথৰেৰে প্ৰহাৰ কৰি দলিত যুৱকক হত্যা

আহত যুৱকজনৰ মুখত জাত-পাতক অপমান কৰি থুৱাই দিছিল প্ৰেমিকাৰ পিতৃয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2020 4:31 pm
image

প্ৰতিকী চিত্ৰ, সৌজন্য- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চ বৰ্ণৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেম কৰাৰ অপৰাধত এজন দলিত যুৱকক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে।

ৰ’ড আৰু পাথৰেৰে বৰ্বৰতাৰে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত যুৱকজন চিকিৎসালয়ত মৃত্যু ঘটে।

মৃত দলিত যুৱকজন নামৰ বিৰাজ বিলাস জগতপ(২০)।

ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ সদাগৰ এলেকাত।

ইতিমধ্যে মৃত যুৱকজনৰ জবানবন্দিৰ ভিত্তিত ছজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্ত ছজনৰ মাজত দুজন নাবালকো আছে বুলি জনাইছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে, বিৰাজ নামৰ ২০ বছৰীয়া দলিত যুৱকজনৰ এগৰাকী উচ্চ বৰ্ণৰ যুৱতীৰে প্ৰেমৰ সম্পৰ্ক আছিল। বিৰাজ দলিত সম্প্ৰদায়ৰ বাবে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে এই সম্পৰ্কত আপত্তি কৰিছিল।

বিৰাজে মৃত্যুৰ পূৰ্বে আৰক্ষীক দিয়া জবানবন্দিৰ মতে যোৱা ৭ মে’ ৰাতি ৯ বজাত যুৱতীগৰাকীৰ পৰিয়ালে বিৰাজক তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কে কথা পাতিবলৈ ফোন কৰি মাতে।

বিৰাজে প্ৰেমিকাৰ ঘৰলৈ যায় আৰু প্ৰেমিকাৰ পৰিয়ালৰ লোকে তেওঁক নিম্ন বৰ্ণৰ হোৱাৰ বাবে অপমান কৰে।

বিৰাজে নিজৰ বাইকেৰে ঘৰলৈ আহিবলৈ লওঁতে প্ৰেমিকাৰ পৰিয়ালৰ লোকে তেওঁক আক্ৰমণ কৰে।

বিৰাজৰ ভাতৃয়ে কয়, ‘আমাৰ ভাইটো অতি সাধাৰণ আছিল। সেইদিনা ৰাতি সি ঘৰলৈ উভতি আহিবলৈ লওঁতে টেম্পোৰে তাৰ বাইকত খুন্দা মাৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। সি ৰাস্তাত পৰি যায় আৰু তাৰ পিছত ৰ’ড আৰু পাথৰেৰে তাৰ ওপৰত আক্ৰমণ কৰে।’

ইতিমধ্যে দলিত যুৱক বিৰাজৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত পিম্পাৰী চিনচায়দ থানাত অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

ইয়াৰ পিছতে আৰক্ষীয়ে যুৱতীগৰাকীৰ পিতৃসহ মুঠ ছজন লোকক গ্ৰেপ্তাৰ কৰে।

শ্ৰীধৰ নামৰ স্থানীয় আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে যুৱতীগৰাকীৰ পিতৃক বিৰাজে প্ৰহাৰ নকিৰবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল যদিও তেওঁ আক্ৰমণ কৰিবলৈ এৰা নাছিল, বৰং মাটিত পৰি থকা আহত বিৰাজৰ মুখত জাতত ধৰি থুৱাইহে দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm
আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

August 26, 2025 6:39 pm
বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

August 26, 2025 6:15 pm
যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

August 26, 2025 5:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm
আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

August 26, 2025 6:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd