• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশত পুনৰ ধৰ্ষণ কৰি নাবালিকাক হত্যা : নিশা পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 2:57 pm
Unidentified body recovered in Mariani's Jaji river
297
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যা আৰু ধৰ্ষণৰ দৰে অপৰাধসমূহ।

যোৱা সোমবাৰে পুনৰ এজন সাংবাদিকক পঞ্চায়ত প্ৰধানৰ বাসগৃহত গুলীয়াই হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতে পুনৰ উদ্ধাৰ হৈছে এগৰাকী নাবালিকাৰ মৃতদেহ।

ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাত মঙ্গলবাৰে নিশা এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী নাবালিকাৰ মৃতদেহ।

নাবালিকা গৰাকীৰ পৰিয়ালে দাবী কৰা অনুসৰি যোৱা সোমবাৰে নাবালিকা গৰাকী পুৱা চাৰে আঠমান বজাত ঘৰৰ পৰা বৃত্তিৰ প্ৰ-পত্ৰ পূৰ কৰিবলৈ উলাই গৈছিল।

নাবালিকা গৰাকী ৰাতিলৈকে ঘৰলৈ উভতি নহাৰ বাবে পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত নিখোজ হোৱাৰ খবৰ দিয়ে আৰু আৰক্ষীয়ে নাবালিকা গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰে।

বিচাৰ খোচাৰ কৰি আৰক্ষীয়ে মঙ্গলাবেৰ নিশা গাঁৱৰ পৰা ২০০ মিটাৰ দূৰত্বত থকা এটা পুখুৰীৰ পৰা নাবালিকা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

“ইতিমধ্যে নাবালিকা গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট আহিছে। ৰিপ’ৰ্টত নাবালিকা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰমাণ পোৱা গৈছে। এই ঘটনাৰ সৈতে কোন জড়িত এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।” জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া সত্যেন্দ্ৰ কুমাৰে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে, উত্তৰ প্ৰদেশত হত্যা ধৰ্ষণ আদি অপৰাধজনিত ঘটনা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

যোৱা ১০ টা দিনৰ ভিতৰত এইটো হৈছে ৰাজ্যখনৰ দ্বিতীয়টো ধৰ্ষণ আৰু হত্যাজনিত ঘটনা।

যোৱা ১৪ আগষ্টত নিখোজ হোৱা এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃতদেহ ৰাজ্যখনৰ ৰাজধানী লক্ষ্মৌৰ পৰা ১৩০ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা হৈছিল।

Recent News

লোকসভাত বিতৰ্ক নোহোৱাকৈ গৃহীত হ’ল দুখন গুৰুত্বপূৰ্ণ কৰ বিধেয়ক

লোকসভাত বিতৰ্ক নোহোৱাকৈ গৃহীত হ’ল দুখন গুৰুত্বপূৰ্ণ কৰ বিধেয়ক

ট্ৰাম্পৰ শুল্কৰ জাল ফালি ওলোৱাৰ উপায় কি? কি ক’লে নোবেল বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে

ট্ৰাম্পৰ শুল্কৰ জাল ফালি ওলোৱাৰ উপায় কি? কি ক’লে নোবেল বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে

লোকসভাত গৃহীত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক; ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত কি পৰিৱৰ্তন হ’ব?

লোকসভাত গৃহীত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক; ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত কি পৰিৱৰ্তন হ’ব?

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd