• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 7:54 am
149
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে তুৰস্ক আৰু চিৰিয়াত হোৱা শক্তিশালী ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম কৰিছে। দ্য গাৰ্ডিয়ানৰৰ বাতৰি মতে কেৱল তুৰস্কতে ২,৩৭৯ জন লোকৰ মৃত্যু হৈছে। চিৰিয়াত মৃত্যুৰ সংখ্যা হৈছে ১,৪৪৪ জন। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ শেহতীয়া বাতৰিত প্ৰকাশ পোৱা তথ্যসমূহে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধিৰ ইংগিত দিছে।

তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই জনাইছে যে ভূমিকম্পত এতিয়ালৈকে ২,৩৭৯ জন লোক নিহত হৈছে। ১৪,৪৮৩ জন লোক আহত হৈছে। দেশখনত কমেও ৫,৬০৬ টা বহুমহলীয়া অট্টালিকা খহি পৰিছে।

আনহাতে, উত্তৰ চিৰিয়াত হোৱা ভূমিকম্পত এতিয়ালৈকে ১,৪৪৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। দেশখনত ৩,৫০০ ৰো অধিক লোক আহত হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে তুৰস্ক আৰু চিৰিয়াত হতাহতৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈ থাকিব পাৰে। দেওবাৰে পুৱতি নিশা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই চিৰিয়া আৰু তুৰস্কত আঘাত কৰিছিল। পিছত সোমবাৰে আবেলি তুৰস্কত পুনৰ ৭.৬ প্ৰাবল্যৰ আন এটা ভূমিকম্পই জোকাৰি যায়।

Recent News

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd