• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষা-দীক্ষাৰ দায়িত্ব ল’ব দিল্লী চৰকাৰে, কেজৰিৱালৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2021 11:23 am
260
VIEWS
Share on FacebookShare on Twitter

যিসকল শিশুৰ পিতৃ-মাতৃ ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুকত পৰিছে, সেই শিশুসকলৰ পঢ়া-শুনা আৰু অন্যান্য দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব।

এই ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

এটা ৱেবকাষ্টযোগে মুখ্যমন্ত্ৰীজনে কয় যে বহু শিশুৱে পিতৃ-মাতৃক হেৰুৱাইছে আৰু তেওঁ সেই কষ্ট বুজি পায়।

”মই তেওঁলোকৰ কাষত আছো। যিসকল শিশুৰ অভিভাৱকসকলক হেৰুৱালে, সিহঁতৰ পঢ়াশোনাৰ দায়িত্ব আমাৰ। সিহঁত আগবাঢি যাবলৈ সকলো খৰচ যোগাব চৰকাৰে।”- মুখ্যমন্ত্ৰীজনে কয়।

”তাৰ লগতে প্ৰতিৱেশী আৰু পৰিয়ালবিলাককো ক’ব খুজো যে আপোনালোকেও সিহঁতৰ খেয়াল ৰাখক।”- তেওঁ কয়।

উল্লেখযোগ্য যে দিল্লীত বৰ্তমান কৰোণা সংক্ৰমণ কমি আহিছে।

তাৰ বাবেও মুখ্যমন্ত্ৰীজনে দিল্লীবাসীক ধন্যবাদ প্ৰদান কৰি সংক্ৰমণ কমাৰ কৃতিত্ব দিল্লীবাসীক প্ৰদান কৰে।

”ইয়াৰ কৃতিত্ব দিল্লীবাসীৰ। কঠোৰভাৱে আপোনালোকে নিয়ম মানি চলিছে। কিন্তু আত্মতুষ্টিৰ স্থান নাই। আৰু কঠোৰ হ’ব লাগিব। নহ’লে পুনৰ বাঢ়িব সংক্ৰমণ।”- তেওঁ কয়।

তেওঁ কয় যে কৰোণা সংক্ৰমণ কমিলেও গা এৰা মনোভাৱ দিলে পুনৰ বাঢ়িব পাৰে ই।

Recent News

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd