• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ১৫ অভিযুক্তৰ বিৰুদ্ধে ১৭ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2020 8:07 pm
delhi riot
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫৩ জন লোকৰ প্ৰাণহানি ঘটোৱা দিল্লীৰ সংঘৰ্ষ সন্দৰ্ভত আজি দিল্লী  আৰক্ষীয়ে ১৫ জন লোকৰ বিৰুদ্ধে ১৭ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে।

১৭ হাজাৰ পৃষ্ঠাৰ অভিযোগনামাৰ ভিতৰত ২৬৯২ পৃষ্ঠাত  ১৫ অভিযুক্তৰ বিষয়ে বিস্তৃত ভাবে উল্লেখ কৰা হৈছে।

বাকী পৃষ্ঠাবোৰত সংঘৰ্ষৰ আনুসংগিক দিশসমূহ সামৰি লোৱা হৈছে।

কাৰকাডোমা আদালতলৈ আজি দুটা বৃহৎ ট্ৰাংকত ভৰাই অভিযোগনামা অনা হয়।

দিল্লী আৰক্ষীয়ে অভিযোগনামাত উল্লেখ কৰা অনুসৰি কেইবাটাও হোৱাটছ এপ গ্ৰুপৰ জৰিয়তে প্ৰতিক্ৰিয়াশীল চক্ৰই হিংসা বিয়পাইছিল।

উল্লেখ্য ইতিমধ্যে ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক গ্ৰেপ্তাৰ কৰিছে।

খালিদৰ বিৰুদ্ধে আৰক্ষীয়ে জনতাক হিংসাত্মক কাৰ্যত লিপ্ত হব’লৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

বিশেষকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ভাৰতলৈ আহোতে ওমৰ খালিদে মানুহক ৰাজপথলৈ ওলাই আহি হিংসাত জৰিত হ’বলৈ উচটনি দিয়া বুলি আৰক্ষীয়ে কৈছে।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত দিল্লীত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে  আন কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।

আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত চিপিএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, স্বৰাজ অভিযানৰ নেতা যোগেন্দ্ৰ যাদৱ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্বানন্দ, বিশিষ্ট অৰ্থনীতিবিদ জয়তী ঘোষ, তথ্য চিত্ৰ নিৰ্মাতা ৰাহুল ৰয় আদিৰ নামো সন্নিবিষ্ট কৰা হৈছে।

এইসকল ব্যক্তিয়ে উত্তৰ-পূব দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলক হিংসাত জৰিত হ’বলৈ উচটনি দিয়াৰ অভিযোগ কৰা হৈছে।

ইতিমধ্যে দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অসমৰ ছাত্ৰী দেৱাংগনা কলিতাৰ লগতে আন কেইবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd