• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিনাও বিভিন্ন দাবীত উত্তাল দিচপুৰ লাষ্টগে’ট

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 27, 2019 9:50 pm
Voters Party International

দিচপুৰ লাষ্টগেইটত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰতিবাদ।

296
VIEWS
Share on FacebookShare on Twitter

চলিত বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই তিনিটাকৈ দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হোৱা দিচপুৰ লাষ্টগে’টত আজি দ্বিতীয় দিনাও বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে।

সংগঠনটোৱে বানপানী সমস্যা, এন আৰ চি উন্নীতকৰণ আৰু ৪১ হাজাৰ ঠিকাভিত্তিক টে’ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ আদি দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰে।

“অসমৰ বানপানী সমস্যাক ৰাষ্টীয় সমস্যা নকৰা পৰ্যন্ত আমাৰ এই আন্দোলন চলি যাব। যদি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বান সমস্যা ৰাষ্টীয় সমস্যা কৰাত কিবা কৌশল বা জ্ঞানৰ অভাৱ আছে, তেন্তে আমাৰ পৰা লব পাৰে”, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ সভাপতি ললিত পেগুৱে সংবাদ মাধ্যমৰ আগত কয়।

প্ৰতিবাদকাৰীসকলে কাঁহী-বাটি বজাই বিভিন্ন শ্ল’গানেৰে ব্যতিক্ৰম ধৰণে প্ৰতিবাদ সাবস্ত কৰে।

উল্লেখ কৰিব পাৰি যে কালি অধিৱেশনৰ প্ৰথম দিনটোতো একেই দাবীৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ লগতে অসম সংগ্ৰামী মঞ্চ আৰু চি পি আয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd